নাটকৰ শেষ দৃশ্য
নিজৰা ৰাজকুমাৰী
নাটক এখনৰ শেষ দৃশ্যটোৱে আপোনাৰ মনলৈ কেনে ভাব আনি দিয়ে? কেনে অনুভৱে জোকাৰি যায় আপোনাক? মঞ্চৰ পৃথিৱীখনৰ পৰা মন-মগজু নিজলৈ ওভতাই আনিবলৈ কিমান সময় লাগে? উত্তৰটো প্ৰতিখন নাটকৰ বাবেই বেলেগ বেলেগ হ'ব, নহয়নে! আনকি একেখন নাটকৰে…