শতবৰ্ষত ঋত্বিক ঘটকৰ কোমল গান্ধাৰ
ড॰ দীপশিখা ভগৱতী
‘Why should I leave my home? Tell me, why should I forsake my country, my river, Padma?”- ভৃগু, কোমল গান্ধাৰ
সময়ৰ এক দীৰ্ঘ পৰিক্ৰমাজুৰি চকচকীয়া, বিনোদনমুখী শৈলীৰ বাণিজ্যিক চিনেমাই ভাৰতীয় চলচ্চিত্র জগতত আধিপত্য বিস্তাৰ…