আজিৰ পৰা আৰম্ভ অম্বুবাচী মহাযোগ
আজি (২২-০৬-২০২৬) নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে শক্তিপীঠ কামাখ্যাধামৰ মূল দুৱাৰ বন্ধ কৰা হ’ব আৰু আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব অম্বুবাচী মেলা।
প্ৰচলিত কিংবদন্তি অনুসৰি এই সময়ছোৱাত দেৱী কামাখ্যা ৰজঃস্বলা…