Monday, December 10, 2018
Visit our parent website: www.prideeast.org, call: +91-361-2340900, E-mail: [email protected]

Recent Post

মিলনৰ এই শুভক্ষণ

প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম অবিহনে নিৰস জীৱন। প্ৰেমৰ সফল পৰিণতি বিবাহ। কিছুমানৰ বাবে এই পথ সুগম হয় আৰু কিছুমানে এই পথত সন্মুখীন হয় বহুতো বাধাৰ। তাতোকৈ অধিক কঠিন হয় যদিহে এই বিবাহ অসবৰ্ণ...

ইংলিছ চেনেল পাৰ হৈ এলভিছ

অসমৰ ক্ৰীড়া জগতত শেহতীয়া এক গৌৰৱময় বতৰা। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন সাঁতোৰবিদ হিচাপে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে এলভিছ আলী হাজৰিকাই। এই সাফল্য অৰ্জনেৰে এলভিছ আলী হাজৰিকাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ এক নতুন উৎসাহৰ সৃষ্টি কৰিছে।...

হাৰ্টৰ বাবে সুষম খাদ্য খাওক

হাৰ্টৰ বাবে খাদ্য খাওক, কিন্তু মনত ৰাখিব যাতে খাদ্যৰ বাবে হাৰ্ট নষ্ট নহয়। পুৰণি কালৰ পৰা মানুহৰ খাদ্যৰ ক্ষেত্ৰত প্ৰকৃতিৰ লগত এক নিবিড় সম্পৰ্ক আছে। বিশেষকৈ খাদ্যাভ্যাসৰ ক্ষেত্ৰত মানুহে সদায় প্ৰকৃতিৰ পৰাই বিভিন্ন প্ৰয়োজনীয়...

প্ৰেমৰ চহৰ

প্ৰেমক লৈ যদি এখন ৰচনা লিখিব লগা হয়, পোনপ্ৰথমে মই এখন চহৰৰ কাহিনীয়ে লিখিব খুজিম। কিছুমান সময়ক যেনেদৰে একান্তই নিজৰ বুলি কোৱা যায়, কিছুমান চহৰো হৈ থাকে নিজৰ বুলি দাবী কৰিব পৰা অনুভূতিৰে আচ্ছন্ন।...

প্ৰেমৰ ভিন্ন সত্তা ৰেখা, অমিতাভ আৰু অন্যান্য

মিলান কুন্দেৰাৰ “আনবেয়াৰবল লাইটনেছ অফ বিয়িং” উপন্যাসখনৰ মূল বিষয়বস্তু প্ৰেম। কিন্তু কুন্দেৰাৰ এইখন উপন্যাসে নৰ-নাৰীৰ সম্পৰ্কৰ জটিল অনুবন্ধবোৰক এক সৰলৰৈখিক পৰিক্ৰমাৰ মাজত সীমাবদ্ধ কৰি ৰখা নাই। নাৰী-পুৰুষৰ প্ৰেম তথা দৈহিক আদান-প্ৰদানৰ পাৰ্বণসমূহৰ প্ৰেক্ষাপটত সমাহাৰ...

শিক্ষানুষ্ঠানত ইউনিফৰ্ম

শিক্ষানুষ্ঠান এটালৈ ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া পৰিপাটিকৈ শিক্ষানুষ্ঠানৰ দ্বাৰা স্বীকৃত সাজপাৰ অৰ্থাৎ ইউনিফৰ্ম পিন্ধি আহে, তেতিয়া শিক্ষানুষ্ঠানটোৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৰিচিতি তথা চৰিত্ৰই এক নতুন মাত্ৰা লাভ কৰে। ই শিক্ষানুষ্ঠানখনক বহিঃবিশ্বৰ স’তে চিনাকি কৰাই দিয়ে আৰু...

ৰঘুমলা

বতাহজাক আৰু জোৰেৰে বলিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিদায়ী বেলিটিয়ে পশ্চিমফালে আকাশখনত হেঙুলীয়া কিবা এটা এৰি থৈ গৈছে। সেই হেঙুলীয়াখিনিৰ কিছু অংশ ফেনিল টাৱাৰে ঢৌবোৰে সশৰীৰেৰে পিন্ধি লৈ সোণোৱালী গীত এটি আওৰাইছে। গুচি গৈছে দূৰ-দূৰণিলৈ।...

Full Details & Forms of Rangamancha, The Theatre Festival | Click Below

ডিচেম্বৰ মাহৰ সংখ্যাত

বৃদ্ধ পিতৃ-মাতৃ পৰিয়ালৰ বোজানে ?

বাৰ্ধক্য সকলোৰে বাবে অনাকাংক্ষিত, কিন্তু অপৰিহাৰ্য । বাৰ্ধক্য জীৱনৰ সন্ধিয়া পৰত প্ৰকৃতিয়ে দিয়া শেষ উপহাৰ। জীৱনৰ জমা-খৰচৰ হিচাপ-নিকাচ কৰি থাকোঁতেই কেতিয়াবা বাৰ্ধক্যই আমাক ধৰেহি আমি গমেই নাপাওঁ।...  Read More

শীতৰ মালিতা

সন্তৰ্পণে নামিছেশীত। শৰতৰ বোকোচাত উঠি পুনৰ ধৰালৈ নামিছে শীতৰ মায়াময় দিনবোৰ। শীতে আমাক স্পৰ্শ কৰিছে কি নাই, শীতে আমাৰ চৌপাশ জীপাল কৰিবলৈ যো-জা চলাবলৈ মাথোন, তেনে সময়তে আকৌ আৰম্ভ হৈছে কথাবোৰ।....Read More

Our Other Ventures