মঞ্চ জীৱনৰঃ কুকুৰা, অভিনেত্রী, হুকুমদাৰ ইত্যাদি !
নিজৰা ৰাজকুমাৰী
সপোনজ্যোতি ঠাকুৰৰ নাটক শুনিছিলো ৰেডিঅ'ত। তাৰ পিছত চালো মঞ্চত। বিভিন্ন সংকলনত প্ৰকাশ হোৱা কেইবাখনো নাটকৰ পাঠকো হ'লোঁ। শ্রোতা-দর্শক-পাঠক হৈ সাধাৰণভাৱে হ'লেও ক'ব পাৰিম যে সপোনজ্যোতি ঠাকুৰৰ নাটকে আমাক ৰোমাঞ্চিত কৰিলে, নাটকৰ…