২৪ চ’ত, বুধবাৰ , ইং ৮ এপ্ৰিল ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে পাৰ হব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত উন্নতি হ’ব যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে ঠগ- প্ৰৱঞ্চকৰ পৰা প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে লগতে আজি বিবাহিত ব্যক্তি সকলৰ সন্তান চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব, আৰ্থিক দিশটো টনকিয়াল হ’ব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে সামান্য বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ ধন- সম্পত্তি সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি বিবাহিত ব্যক্তি সকলৰ সন্তানৰ চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধন- সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে,সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ মনত সামান্য হতাশা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব,কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত সামান্য ভাগৰ ভাৱ অনুভৱ হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.