ধূলিময় বতৰত স্বাস্থ্য আৰু ছালৰ সুৰক্ষা
বাসৱী কাশ্যপ
বৰ্তমান এই ধূলিয়ৰি বতৰত স্বাস্থ্য আৰু ছালৰ যত্ন লোৱাটো খুবেই দৰকাৰী। কাৰণ এই সময়ছোৱাত বতাহত জলীয় ভাপ কম থাকে আৰু ধূলি-বালিৰ পৰিমাণ বেছি হয়। আপোনাৰ বাবে কিছুমান অতি প্রয়োজনীয় টিপছ আগবঢ়ালোঁ—
ছালৰ যত্ন
মইশ্বৰাইজাৰ…