Wednesday, November 13, 2019
বাহিৰত দোপালপিটা বৰষুণ। তাৰ মাজে মাজে পাতলীয়া বতাহৰ ছন্দহীন নাচোন। কোঠাটোত এখন চেগুন কাঠেৰে সজা মেজ। মেজৰ ওপৰত কেইবাখনো কিতাপ। তাৰেই এখন উপন্যাসত মগ্ন আইৰিন। খিৰিকীবোৰ জপোৱা নাই। সেমেকা বতাহজাকে উৰুৱাই অনা পৰ্দাবোৰে উপন্যাসৰ পাতবোৰ আউলিয়াই আছে। বৰষুণৰ এচাৰকনিয়ে মেজখনৰ ইফাল-সিফাল চুইছে। চ’তমহীয়া বৰষুণজাকে কোঠাটো সেমেকাই তুলিছে। তথাপি তাই...
মানুহ মাত্ৰেই আৱেগিক। আমাৰ দৈনন্দিত জীৱনত আৱেগৰ এৰাব নোৱাৰা প্ৰভাৱ। বহূ সময়ৰ এনে আৱেগজড়িত পৰিস্থিতিয়ে আমাৰ একোটা দিন, মাহ, বছৰ, জীৱন, জীৱিকা কাৰ্যপদ্ধতি, শাৰীৰিক অৱস্থা আৰু মানসিক স্থিতিকো প্ৰভাৱিত কৰি জোকাৰি থৈ যায়।...Read More
ফেংছুই শাস্ত্ৰবোৰত পাকঘৰ বা ৰান্ধনীশালক ঘৰ এখনৰ প্ৰধান চালিকা শক্তিৰূপে চিহ্নিত কৰা হৈছে। ফেংছুইৰ মতে পাকঘৰ এটা কেৱল খাদ্য সামগ্ৰী ৰন্ধা-বঢ়া কৰাৰ বাবেই নহয়। বৰঞ্চ ই ঘৰখনৰ এনে এটা মূল কোঠালি, যিটোৱে পৰিয়ালটোৰ সদস্যসকলৰ স্বাস্থ্যৰ লগতে পৰিয়ালটোৰ মংগল তথা সৰ্বতোপ্ৰকাৰৰ উন্নতি আৰু সা-সম্পত্তিকো প্ৰতিনিধিত্ব কৰে।....Read More
সঘন পৰ্যাবৃত্ত মাত এটাই যেতিয়া বাৰে বাৰে পূৱাৰ শোৱাপাটী এৰিবলৈ সকীয়ায়, বিছনাখন প্ৰতি আকৰ্ষণটো দেখোন ক্ৰমাৎ বাঢ়িহে যায়। বিছনাখন বা গাৰুটোৰ আগত যেন এয়াই প্ৰমাণ কৰা যায় যে 'চা, মই সাৰ পোৱাটো এই মানুহবোৰৰ বাবে পুৱাৰ সূৰুযৰ সমানেই দৰকাৰী'। .... Read More
যিখন দেশত আজিও নাৰীয়ে নিজক অধিকাৰ সাব্যস্ত কৰিবলৈ সংগ্ৰাম কৰিবলীয়া হৈ আহিছে, বাল্য বিবাহৰ দৰে অসুস্থ সামাজিক পৰস্পৰাই আজিও লগ এৰা নাই, সেইখন দেশত আজিৰ পৰা প্ৰায় ১৩৮ বছৰ আগেয়ে শিক্ষা আৰু বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতিবলৈ কেনে মানসিক মনোবল আৰু দৃঢ়তাৰ প্ৰয়োজন, সেয়া ভাবিব নোৱাৰা কথা। ..... Read...
বৰ্তমান ব্যস্ততাৰে ভৰা আধুনিক লোকৰ জীৱনশৈলীত সততে দেখা পোৱা যায় অনিশ্চয়তা, হতাশা, সাময়িক উত্তেজনা, ভয়, অকাৰণতে জন্ম হোৱা সীমাহীন উদ্বেগ, বিৰামহীন প্ৰতিযোগিতা তথা সীমাহীন অপৰিপক্বতা। সকলো থাকিও অসুখী, অহৰহ আৰু অধিক পোৱাৰ আশাত দৌৰি ফুৰে আজিও মানুহ।.....Read More
মানুহৰ পৰিচয় দুই ধৰণে দিব পাৰি। এটা হৈছে শাৰীৰিক অৱয়ব, আকৃতি, গঠন ইত্যাদি আৰু আনটো হৈছে ভাষা। এটা ভাষাই এটা জাতিক প্ৰতিনিধিত্ব কৰে। ভাষা হৈছে জীৱনৰ প্ৰতিবিম্ব। মাতৃভাষা হৈছে প্ৰতিজন মানুহৰ মনৰ দাপোন। আমাৰ মস্তিষ্কত যেনেকৈ ভাব, ধাৰণা, চিন্তা, আৱেগ-অনুভূতি উদ্ভৱ হয়, সেই সকলোখিনি আমি প্ৰত্য়েকে ভাষাৰ মাধ্য়মেৰে প্ৰকাশ...
বাহিৰত দোপালপিটা বৰষুণ। তাৰ মাজে মাজে পাতলীয়া বতাহৰ ছন্দহীন নাচোন। কোঠাটোত এখন চেগুন কাঠেৰে সজা মেজ। মেজৰ ওপৰত কেইবাখনো কিতাপ। তাৰেই এখন উপন্যাসত মগ্ন আইৰিন। খিৰিকীবোৰ জপোৱা নাই। সেমেকা বতাহজাকে উৰুৱাই অনা পৰ্দাবোৰে উপন্যাসৰ পাতবোৰ অাউলিয়াই আছে। বৰষুণৰ এচাৰকনিয়ে মেজখনৰ ইফাল-সিফাল চুইছে। ......Read More
সময়ৰ লগে লগে পৰিৱৰ্ত হোৱা জীৱন চৰ্যা বা লাইভ ষ্টাইলে সকলো পৰিৱৰ্তনকে চেৰ পেলাইছে। খাদ্যভ্যাস, আচাৰ-ব্যৱহাৰ, সাজপাৰ, বাসস্থান, উৎসৱ-পাৰ্বণ, লোকচাৰ সকলো সলনি হৈছে। কেইবাবছৰৰ পৰা এই পৰিৱৰ্তনসমূহ সহজেই চকুত পৰা হৈছে। আধ্য়াত্মিক ক্ষেত্ৰখনতো যথেষ্ট পৰিৱৰ্তন নোহোৱা নহয়।...Read More
ভাৰতৰ বহুতো শ্ৰেষ্ঠ সাহিত্য ৰচনাৰ কেন্দ্ৰবিন্দু শৰৎ ঋতু। সজীৱ প্ৰকৃতিয়ে শংকৰদেৱ, কালিদাস, ভৱভূতি, ৰবি ঠাকুৰৰ দৰে কবিৰ হাতত অমৰত্ব লাভ কৰিছে। কিন্তু আটাইকেইটা ঋতুুৰ ভিতৰত শৰৎকালৰ স্নিগ্ধতাই কবি-গীতিকাৰসকলৰ হৃদয়ত যুগ-যুগান্তৰ ধৰি সুকীয়া আসন পাতি বহিছে।.....Read More