ৰেচিপিঃ বেচন লাড্ডু আৰু বাটাৰ হাৰ্ট কুকিজ

কৰবী গগৈ শৰ্মা চাহকাপৰ সৈতে এখন মচমচীয়া বিস্কুট বা এটা সুস্বাদু মিঠাই নহ'লে আড্ডাৰ মুহূর্তবোৰে যেন সম্পূৰ্ণতা লাভ নকৰে। সেয়েহে আজি ঘৰতে সহজে তৈয়াৰ কৰিব পৰা কিছুমান ৰুচিসম্মত আৰু মুখৰুচক ৰেচিপিৰ প্ৰস্তুত প্ৰণালী আগবঢ়োৱা হৈছে আইনাৰ জুতি…

গল্পঃচছমা

শিখামণি দত্ত ঘৰখনত বৰ্তমান আলোচনাৰ মূল বিষয়বস্তু হ'ল- চছমা। চছমা সম্পর্কে সবতকৈ বেছি তথ্য যোগান ধৰিছে ঘৰখনৰ তিনিজনীয়া পৰিয়ালটোৰ চৈধ্য বছৰীয়া সদস্য জিকুৱে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে চছমা সম্পর্কে কত যে কথা! চছমা এযোৰ লোৱাৰ আগত…

দৈনিক ৰাশিফল ৩ এপ্ৰিল ২০২৬

১৯ চ'ত, শুক্ৰবাৰ, ইং ৩ এপ্ৰিল ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ'লে আনে কিন্তু আপোনাক সমালোচনা কৰিব পাৰে। ২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ…

কম্বিনেচন স্কিন

সুদীপ্তা দত্ত দাস চৰ্ম ৰোগ বিশেষজ্ঞ, স্বাগত হাস্পতাল মিশ্রিত ছাল হৈছে ত্বকৰ এটা অতি সাধাৰণ প্ৰকাৰ, য'ত মুখৰ কিছুমান অংশ তেলীয়া আৰু কিছুমান অংশ শুকান হয়। সাধাৰণতে টি-জন (নাক আৰু কপাল) তেলীয়া আৰু চিকচিকিয়া হয়। আনহাতে গাল আৰু অন্যান্য…

ফুল ফুলক ৰদ’ৰে ফুল

পল্লৱী শ‍ইকীয়া উদ্ভিদৰ আটাইতকৈ সুন্দৰ আৰু প্ৰজননৰ বাবে গুৰুত্বপূৰ্ণ অংশ হৈছে ফুল। যাৰ ৰং, সুগন্ধি আৰু আকৃতিয়ে আমাক আকৰ্ষিত কৰে। সৌন্দর্য, প্ৰেম আৰু আধ্যাত্মিকতাৰ প্ৰতীক ফুলৰ অৱদান ধৰ্মীয় কাম-কাজ, উৎসৱ-পাৰ্বণ আৰু সাজসজ্জাতো অনবদ্য, যি…

দৈনিক ৰাশিফল ২ এপ্ৰিল ২০২৬

১৮ চ'ত, বৃহস্পতিবাৰ , ইং ২ এপ্ৰিল ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): আজি শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাই চলিবলৈ কিছু টান হ'ব। ব্যৱসায়ত উন্নতিৰ কাৰণে কৰ্মস্থানত ব্যস্ততাৰ সুফল। পাৰিবাৰিক দিশত অশান্তি হ'ব পাৰে। শুভ ৰং- কমলা, শুভ সংখ্যা- ২। ২.বৃষ…

ঘৰতে সহজে তৈয়াৰ কৰিব পৰা কেক আৰু পুডিংৰ ৰেচিপি

কৰবী গগৈ শৰ্মা জন্মদিনত কেক এটা নহ'লে যেন উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি নহয় আৰু গৰমৰ দিনত ঠাণ্ডা পুডিং নিশ্চয় সকলোৰে প্ৰিয়। এনে কিছুমান সহজে ঘৰতে তৈয়াৰ কৰিব পৰা সুস্বাদু ৰেচিপিৰ প্ৰস্তুত প্ৰণালী আগবঢ়োৱা হৈছে আইনাৰ জুতি জীৱনৰ শিতানত—…

মাজুলীৰ বুকুত ব্যতিক্রমী উৎসৱ ‘মনগীত’

সংগীত, চিত্ৰকলা আৰু শিল্পৰ এক ত্রিবেণী সংগম। মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। এই মাজুলী ‘মনগীত’ৰ দৰে আধুনিক সাংস্কৃতিক চিন্তাৰো এক কেন্দ্ৰবিন্দু হৈ পৰিছে। মনগীতৰ এই যাত্ৰা আৰম্ভ হৈছিল এগৰাকী যুৱ শিল্পী ৰাউল কৌশিক নাথৰ বিয়োগৰ…

দৈনিক ৰাশিফল ১ এপ্ৰিল ২০২৬

১৭ চ'ত, বুধবাৰ , ইং ১ এপ্ৰিল ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, মনৰ আশা পূৰণ হ'ব, লগতে আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা কৰ্মত সহাৰি লাভ হোৱাৰ যোগ দেখা যায়। ২.বৃষ…

প্ৰেমৰ সৈতে ৰঙা ৰংৰ সম্পৰ্ক

"প্ৰেম যদি এটা কবিতা হয়, তেন্তে ৰঙা তাৰ আটাইতকৈ সুন্দৰ শব্দ।" আমাৰ জীৱনৰ আটাইতকৈ শক্তিশালী আৱেগটোৱেই হৈছে প্ৰেম, আৰু এই প্ৰেমক বুজাবলৈ যিটো ৰঙৰ সহায় লোৱা হয়, সেইটো হৈছে ৰঙা। কিন্তু কেতিয়াবা ভাবি চাইছেনে, প্ৰেমৰ সৈতে ৰঙা ৰঙৰ সম্পৰ্ক ইমান…