Tuesday, June 25, 2019
Home জুতি জীৱনৰ

জুতি জীৱনৰ

প্ৰয়োজনীয় সামগ্ৰী- ছাগলী মাংস- আধা কেজি। পিঁয়াজ- ৩০০ গ্ৰাম। বটা আদা-নহৰু-ডাঙৰ চামুচেৰে দুই চামুচ। গোটা গৰম মছলা- এক চামুচ। ৰিফাইন- সৰু কাপত এক কাপ। নিমখ- সোৱাদ অনুযায়ী   তৈয়াৰ কৰা প্ৰণালীঃ প্ৰেছাৰ কুকাৰত ৰিফাইনখিনি ঘৰম কৰক। এতিয়া গোটা গৰম মছলাখিনি দি দিয়ক। পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি তেলত দি কাঢ়াকৈ ভাজক। এতিয়া আদা-নহৰু পেষ্টখিনি দি অলপ ভাজি ছাগলী মাংসখিনি...
  প্ৰয়োজনীয় সামগ্ৰী- ছাগলী মাংস- আধা কেজি। পিঁয়াজ-২৫০ গ্ৰাম। দৈ- এক কাপ। আদাৰ ৰস- আধা কাপ। গোটা গৰম মছলা- এক চামুচ নিমস- সোৱাদ অনুযায়ী।   তৈয়াৰ কৰা প্ৰণালীঃ পিঁয়াজ সৰুকৈ কুটি লওক, তাৰ পাছত আদাৰ ৰস আৰু দৈৰ লগত মিহলি কৰি ছাগলী মাংসখিনি মেৰিমেট কৰি দুঘন্টা ফ্ৰিজত থৈ দিয়ক। এতিয়া কেৰাহীত ৰিফাইন তেল দি গোটা গৰম মছলা দি দিয়ক।...