চাহ বাগিচাৰ বড়া বাংলো

পংকজ কুমাৰ নেওগ অসমৰ চাহ সংসৃক্তি ১৮০০ চনত ব্রিটিছ যুগৰ পৰাই আৰম্ভ হয় আৰু চাহ বাগিচাৰ বেছিভাগ বাংলোই ভিক্টোৰিয়ান শৈলীৰ স্থাপত্যৰ প্রতিফলন ঘটাইছে ৷ ঘৰবোৰ সাধাৰণতে দুমহলীয়া আৰু কাঠৰ ওখ ষ্টিচ্ট, একচেটিয়া জুহশালেৰে বাঁহ আৰু কাঠেৰে সজ্জিত…

কেশ বিন্যাস আৰু চুলিৰ সমস্যাৰ সমাধান

বর্ণালী ভট্টাচার্য কেশ হৈছে নাৰীৰ সৌন্দর্যৰ এক অনন্যম অবিচ্ছেদ্য অংগ ৷ অৱশ্যে  আজিকালি নাৰীসকলৰ দৰে পুৰুষসকলো সৌন্দর্য চর্চাৰ ক্ষেত্রত সমানে সচেতন ৷ সেইবাবে সৌন্দর্য বৃদ্ধিৰ ক্ষেত্রত কেশ বিন্যাসে এক গুৰুত্বপূর্ণ অৰিহণা যোগায় ৷ বিশেষ ধৰণৰ…

আন্দামানৰ নীল নীলা সাগৰ

জোনা শর্মা এটা সুন্দৰ পুৱাৰ আৰম্ভণিৰে আমাৰ যাত্রা আৰম্ভ হয় কলকাতা হৈ আন্দামান দ্বীপলৈ  ৷ বহু আকাংক্ষিত আন্দামান যাত্রাই উৎফুল্লিত কৰি তোলে ৷ গুৱাহাটীৰ পৰা কলকাতালৈ গৈ ৰাতিটো কলকাতাত থাকি পিছদিনা এঘাৰ বজাত আমাৰ যাত্রা আন্দামানলৈ ৷ প্রায়…

জী উঠা

মূলঃ  সমৰেশ মজুমদাৰ ভাবানুবাদঃ ডঃ বৃষ্টি কলিতা এটা দিন পাৰ হৈ যোৱা মানেই প্রতিমাৰ নিজলৈকে ভয় বেছিকৈ জাগি উঠা ৷ এটা চৰকাৰী আৱাসৰ অকলশৰীয়া বাসিন্দা তাই ৷ পাৰ হৈ যোৱা দিনবোৰৰ কোনো হিচাপ নাথাকে তাইৰ ৷ সময়ৰ জোখ–মাখ ৰাখিবলৈ তাইৰনো আহৰি কত পুৱা…

ৰূপকথাৰ নায়ক  প্রমথেশ বৰুৱা

বর্ণালী কটকী ওজা ভাৰতীয় চলচিচত্র জগতৰ এটি উজ্জ্বল নক্ষত্র অসমপুত্র প্রমথেশ বৰুৱা ৷ প্রমথেশ বৰুৱাৰ জীৱনৰ শ্রেষ্ঠতম কৃতিত্ব হল চলচিচত্রৰ মাধ্যমেৰে তেওঁ আধুনিক যুগৰ ভেটি সুদৃ কৰিছিল ৷ চলচিচত্রৰ ইতিহাস, বিকাশ, আংগিক, কলা–কৌশল ইত্যাদিৰ ন ন…

যাত্রাপথৰ আনন্দ

পল্লৱী শইকীয়া মনৰ অৱসাদ দূৰ কৰিবৰ বাবেহ হওক বা জ্ঞান আহৰণৰ বাবেই হওক কিতাপৰ শব্দ বিন্যাসত বিচৰণ কৰি ফুৰোঁতেই কেতিয়াবা কৰবাত পঢ়িবলৈ পাইছিলো যে ৰাস্তাবোৰ নির্মাণ কৰা হয় যাত্রাৰ বাবে, গন্তব্য স্থানপ্রাপ্তিৰ বাবে নহয় ৷ কথাষাৰ জুকিয়াই চাওঁতেহে…

খং বা ক্রোধ বনাম মৌলিক সৃষ্টি

প্রণতি দেৱী শর্মা খং আমাৰ মৌলিক আৱেগ ৷ এহাতে ই যেনেকৈ এটা মাৰাত্মক ব্যাধি, আনহাতে ই আমাৰ পৰমহিতৈষী ৷  এই পৃথিৱীত এনে এজন মানুহ নাই যাৰ নেকি কেতিয়াও খং উঠি পোৱা নাই ৷ পৰিৱেশ অনুযায়ী কম–বেছি পৰিমাণে সকলো মানুহৰে খঙৰ বহিঃপ্রকাশ ঘটেই ৷…

কেৰিয়াৰ হিচাপে খেলা–ধূলা

ডঃ বুলজিৎ বুুাগোহাঁহ যিসকলৰ এথলেটিকছৰ প্রতি আকর্ষিত আৰু সফল হোৱাৰ দক্ষতা আৰু নিষ্ঠা আছে তেওঁলোকৰ বাবে খেলা–ধূলা কেৰিয়াৰৰ এক উত্তম বিকল্প হব পাৰে ৷ সৰু কালৰে পৰা বহুতো ছাত্র–ছাত্রীয়ে বিভিন্ন খেলা–ধূলা যেনে– এথলেটিকছ, ক্রিকেট, কাবাদী,…

ৰুটী খাওঁ আহক

কৰবী গগৈ শর্মা দক্ষিণ এছিয়াৰ লোকসকলৰ এটি অন্যতম জনপ্রিয় আৰু প্রধান   প্রাতঃআহাৰ হৈছে ৰুটী ৷ আমাৰ ইয়াতো প্রাতঃআহাৰ বুলিয়েই পোনপ্রথমেই  মনলৈ আহে ৰুটী–ভাজিৰ কথাই ৷ আবেলিৰ চাহকাপৰ লগত আৰু টিফিন  আহাৰ হিচাপেও ই অন্য স্নেকছৰ লগতে সমানেই জনপ্রিয়৷…

বতৰৰ উত্তম ফল কমলা

ডাঃ দ্বীপজ্যোতি শর্মা শীতকাল ধৰালৈ নামি অহাৰ লগে লগে ৰোগৰ সংক্রমণ বৃদ্ধি পোৱাৰ আশংকা থাকে ৷ এই পৰিৱর্তনশীল বতৰত চর্দি, কাহৰ লগতে অন্যান্য ভাইৰেল ৰোগ সততে হোৱা দেখিবলৈ পোৱা যায় ৷ সেয়ে ঋতুগত বেমাৰৰ পৰা পৰিত্রাণ পাবলৈ ৰোগ প্রতিৰোধ ক্ষমতা…