জীৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গ্ৰীণ হাব ফেল’শ্বিপ
পংকজ কুমাৰ নেওগ
অসমৰ ৰিপু ৰিজাৰ্ভ ফ’ৰেষ্টৰ কাষত বাস কৰা জনগোষ্ঠীসমূহৰ বাবে বনাঞ্চলখন এটা প্রিয় সন্তানৰ দৰে— যিখনক তেওঁলোকে বছৰ বছৰ ধৰি বাঢ়ি অহাৰ লগতে পৰিৱৰ্তিত আৰু সমৃদ্ধ হোৱা দেখি আহিছে। ২০২১ চনত এই জীৱ-বৈচিত্র্য সমৃদ্ধ বনাঞ্চলসমূহক…