সূৰুযমুখী নাৰী- মাৰিয়া ক’ৰিনা মাচাডো

স্বপ্না দাস ইতিহাসৰ বুকুত লিপিবদ্ধ আছে মানুহে নিজৰ বাবে, সমাজৰ বাবে জাতিৰ বাবে অধিকাৰ বিচাৰি অক্লান্তভাৱে যুঁজ দিয়াৰ অলেখ কাহিনী৷ অধিকাৰৰ বাবে যুঁজ হৈছে ন্যায় আৰু সমতাৰ যুদ্ধ৷ নাগৰিক অধিকাৰৰ পৰা আৰম্ভ কৰি মহিলাৰ ভোটাধিকাৰলৈকে অধিকাৰৰ যুঁজে…

দৈনিক ৰাশিফল ২১ ফেব্ৰুৱাৰী ২০২৬

৮ ফাগুন, শনিবাৰ , ইং ২১ ফেব্ৰুৱাৰী ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, শিক্ষক সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়। ২.বৃষ…

গল্পঃ ৰাঙলৰ ৰং

প্ৰপ্ৰীতি গগৈ হঠাতে তাইৰ এনেকুৱা লাগিল যেন সিহঁতৰ কোঠাৰ দুৱাৰখন নিজে নিজে খোল খাই গ'ল আৰু বতাহ এজাক কোঠালৈ সোমাই আহিল৷ তাই সাৰ পাই উঠি বহিল। কাষতে শুই থকা মাক নাই! তাৰমানে তাইক অকলে শুৱাই থৈ মাক উলাই গৈছে। ইমান ৰাতিখন! বিছনাৰ পৰাই…

ফলমূলৰ বাকলিৰে সৌন্দৰ্য চৰ্চা

ফলমূলৰ বাকলিও আপোনাৰ-মোৰ সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী হ'ব পাৰে ! কেনেকৈ জানো আহক- দৈনন্দিন জীৱনত আমি খাদ্যৰ তালিকাত যিকোনো ফল ৰাখোৱেই নহয় জানো। এই ফল আমি খোৱাৰ উপৰি ছাল-চুলিৰ সৌন্দৰ্য সাধনাতো ব্যৱহাৰ কৰোঁ। আমি তাৰ আগতে ফলটোৰ বাকলিটো এৰুৱাই…

দৈনিক ৰাশিফল ২০ ফেব্ৰুৱাৰী ২০২৬

৭ ফাগুন, শুক্ৰ বাৰ , ইং ২০ ফেব্ৰুৱাৰী ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ মনত হতাশাৰ বৃদ্ধি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।…

আইনাৰ আলাপত নুৰুদ্দিন আহমেদ

বৰ্ণালী এছ. ডেকা শিল্পী আৰু সৃষ্টি— এই দুটা শব্দ একেলগে আহিলে মনত উদয় হয় এক গভীৰ সম্পৰ্কৰ কথা । শিল্পীৰ অবিহনে সৃষ্টি নাই, আৰু সৃষ্টিৰ জৰিয়তেহে শিল্পী অমৰ হৈ ৰয়। শিল্পী এজন সৃষ্টিয়ে আমাক চিন্তা কৰাই, অনুভৱ কৰাই আৰু নতুন দৃষ্টিভংগী…

সুন্দৰ গোৰোহাৰ টিপ্‌ছ

বাসৱী কাশ্যপ শীতকালত গোৰোহা ফটা সাধাৰণ কথা। কিন্তু ইয়াৰ আঁৰত কাৰণ থাকিব পাৰে। কেতিয়াবা ভিটামিন বা পুষ্টিকৰ উপাদানৰ অভাৱৰ ফলত গোৰোহা ফাটিব পাৰে। ঠাণ্ডা আৰু শুকান বতাহে ছালৰ পৰা আৰ্দ্ৰতা টানি লয়, ফলত গোৰোহা শুকান হৈ ফাটিবলৈ আৰম্ভ কৰে।…

দৈনিক ৰাশিফল ১৯ ফেব্ৰুৱাৰী ২০২৬

৬ ফাগুন, বৃহস্পতিবাৰ , ইং ১৯ ফেব্ৰুৱাৰী ২০২৬ ১.মেষ ৰাশি(অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন বন্ধুৰ সান্নিধ্য লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়। ২.বৃষ…

যাত্ৰাৰ অভিজ্ঞতাঃ ৰোমান ফ’ৰামৰ পৰা ক্ষুদ্ৰ ৰাষ্ট্ৰ ভেটিকানলৈ

ড॰ হৰিশংকৰ কাকতী অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা ২০ মে’ ২০২৪, পুৱাৰ ভাগত ৰোমৰ বিখ্যাত কল’ছিয়াম দৰ্শন কৰাৰ পিছত আমাৰ পৰৱৰ্তী গন্তব্য স্থান আছিল কল’ছিয়ামৰ ঠিক পশ্চিমে অৱস্থিত ৰোমান ফ’ৰামলৈ৷ ট্ৰেভেল এজেন্সীৰ পৰা…

ডিপ্ৰেছন আৰু আত্মহনন: সজাগতা আৰু কৰণীয়তা

বিপ্লৱ ওজা তেজপুৰ বিশ্ববিদ্যালয় ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছত ২০২৫ৰ ছেপ্টেম্বৰ মাহত প্রকাশিত এক প্রতিবেদন অনুসৰি, বিশ্বজুৰি প্ৰতি ১০০টা মৃত্যুৰ ভিতৰত এটা মৃত্যুৰ কাৰণ হয়- আত্মহনন বা আত্মহত্যা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ দ্বাৰা প্ৰকাশিত…