দৈনিক ৰাশিফল ২৯ মে’ ২০২৬
১৪ জেঠ, শুক্ৰবাৰ , ইং ২৯ মে' ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত সফলতা লাভ কৰিব , ধন- সম্পত্তি সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত পুৰণি সমস্যাই দেখা দিব পাৰে।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ…