এন্জাইনা আৰু বুকুৰ বিষ
প্রাঞ্জল প্ৰতীম বৰা
হঠাতে হোৱা বা দীৰ্ঘদিনৰ পৰা হোৱা বুকুৰ বিষ বা Chest Pain বহুতো কাৰণ থাকে। মাংসপেশীৰ বিষ, Muscle spasms, বুকুত দুখ পোৱা, গেষ্ট্ৰাইটিছৰ সমস্যা, গেষ্ট্রিক বা Peptic ulcer, GERD, হাঁওফাঁওৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা আদিকে…