৩ আহাৰ, বৃহস্পতিবাৰ, ইং ১৮ জুন ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি কাৰোবাৰ লগত চলি অহা বিবাদৰ নিষ্পত্তি হ’ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ দ্বাৰা অপমানিত হ’ব পাৰে। সামাজিক কামত সম্মান প্ৰাপ্তিৰ যোগ। দাম্পত্যত শান্তি বজাই থাকিব। শুভ ৰং- নীলা, শুভ সংখ্যা- ২
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি চেষ্টা আৰু সংযম বজাই ৰাখিলে দিনটোত বিভিন্ন দিশত সফল হ’ব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাৰ বিকাশ ঘটিব। কিবা বিষয়লৈ ভাতৃৰ লগত বিৰোধ দেখা দিব। শুভ ৰং– ৰঙা, শুভ সংখ্যা- ১
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি কর্মক্ষেত্ৰত মধ্যম ফল। গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। ব্যৱসায়ত জটিলতা দেখা দিব পাৰে। ঘৰত আলহীৰ আগমন হ’ব পাৰে। শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৭
৪.কৰ্কট ৰাশি(ড,হ): আজি কর্মক্ষেত্ৰত জটিল দেখা দিব পাৰে। সংগীত শিল্পীসকলৰ বাবে শুভ। পুৰণি কামৰ সুফল পাব পাৰে। ভাতৃৰ উন্নতিৰ যোগ। বেচৰকাৰী ক্ষেত্ৰত কৰ্ম পৰিৱৰ্তনৰ যোগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা- ৪
৫.সিংহ ৰাশি (ম,ট): আজি কর্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সতর্কতা অবলম্বন কৰিব। সমাজ সেৱামূলক কামত সাফল্য আহিব। নতুন যোগাযোগৰ ক্ষেত্ৰত শুভ। ব্যৱসায় বাণিজ্যত মধ্যম। শুভ ৰং- চিলভাৰ, শুভ সংখ্যা- ৩
৬.কন্যা ৰাশি(ঠ,প,ন): আজি কর্মক্ষেত্ৰত বিশেষ কোনো কামৰ বাবে প্ৰশংসা লাভ কৰিব। হঠাৎ শৰীৰত আঘাত পাব পাৰে। অৰ্থ সম্পদ প্রাপ্তিৰ যোগ। নতুন যোগাযোগৰ ক্ষেত্ৰত বাধা পৰিব পাৰে। প্ৰেমত শুভ। শুভ ৰং- সোণালী শুভ সংখ্যা- ৫
৭.তুলা ৰাশি(ৰ,ত): আজি ঘৰুৱা অশান্তিৰ ফলত দৈনন্দিন কর্মতবাধা। কর্মক্ষেত্ৰত সমস্যা বৃদ্ধি পাব। দিনটোত নতুন যান-বাহন ক্ৰয়ৰ যোগ। নিবনুৱাৰ কৰ্মসংস্থাপনৰ যোগ। নতুন কোনো আঁচনি হাতত ল’ব পাৰে। শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা-
৮.বৃশ্চিক ৰাশি(ন,য): আজি কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ। কিবা বিষয়লৈ ভাতৃৰ লগত বিৰোধ হ’ব পাৰে। শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তি সকলৰ উন্নতিৰ যোগ। শুভ ৰং সেউজীয়া শুভ সংখ্যা- ৬
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয়লৈ পিতৃ-মাতৃৰ লগত বিৰোধ দেখা যায়। প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব। বিদ্যাত শুভ। প্ৰেমত সন্দেহ। শুভ ৰং- গুলপীয়া শুভ সংখ্যা- ৩
১০.মকৰ ৰাশি(খ,জ): আজি কৰ্মক্ষেত্ৰত জটিলতা দেখা দিব পাৰে। বিশেষ কোনো কামৰ বাবে আত্মীয় স্বজনৰ প্ৰশংসা লাভ কৰিব। নতুন কামত সাফল্য আহিব। শুভ ৰঙ– বগা শুভ সংখ্যা- ৮
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি আহনৰ লগত জড়িত ব্যক্তি সকলৰ সাফল্য আহিব। বিনা কাৰণত অপমানিত হ’ব পাৰে। নতুনকৈ ব্যৱসায়ৰ পৰিকল্পনা নকৰাই ভাল। প্ৰেমত উৎসাহ। শুভ ৰং ধূসৰ, শুভ সংখ্যা- ৯
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি দৈনন্দিন কর্মত উন্নতি। কিবা বিষয় লৈ ঘনিষ্ঠ বন্ধুৰ লগত মতবিৰোধ। বাধা-বিঘিনিৰ মাজেৰে গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। বিদ্যাত শুভ। শুভ ৰং- কলা, শুভ সংখ্যা ৫
Comments are closed, but trackbacks and pingbacks are open.