গ্রীষ্মকালীন ছালৰ লেপ

অজন্তা উপমন্যু

লেপ বা পেক ছালৰ বাবে অতি প্রয়োজনীয় একপ্রকাৰৰ সৌন্দর্যৰ বিধি৷ পেক লগালে ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়, ছালৰ মৃত কোষ আঁতৰাহ ছাল নিমজ কৰে আৰু পেকত ব্যৱহাৰ কৰা অন্যান্য দ্রব্যসমূহ নোম কূপৰ মাজেৰে ছালৰ ভিতৰলৈ সোমাহ ছালত পুষ্টিৰ যোগান ধৰে আৰু ছালৰ সৌন্দর্য অটুট ৰাখে৷ অৱশ্যে ছালৰ প্রকাৰ অনুসৰি পেকৰ সঠিক বাছনি কৰিব লাগে৷ অতি শুকান ছালত যিদৰে যিবিধ দ্রব্যহ পৰিপুষ্টিৰ যোগান ধৰে, ঠিক সেহবিধ সামগ্রীয়ে তেলেতীয়া ছালৰ বাবে উপযুক্ত নহবও পাৰে৷ ঠিক তেনেদৰে ঋতু বিশেষেও পেকৰ দ্রব্যও বেলেগ বেলেগ হয়৷

গ্রীষ্মকালীন ছালৰ ঘৰতে সহজে তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পৰা কিছুমান পেকৰ সামান্য আভাস৷ গ্রীষ্মকাল মানেহ গৰম, জেপজেপীয়া ঘাম, ছালৰ চিট্চিটনি আদি এশ এবুৰি সমস্যা আহি পৰে৷ কেতিয়াবা যদি মুষলধাৰে বৰষুণ কেতিয়াবা আকৌ চৌফলীয়া ৰদ৷ ৰদেহ হওক বা বৰষুণেই হওক বাহিৰলৈতো যাবহ লাগিব৷ গতিকে এনে ক্ষেত্রতনো কেনেধৰণৰ সহজেহ কৰিব পৰা পৰিচর্যাহ ছালখন সুন্দৰ কৰি ৰাখিব পাৰি, তাক জানো আহক৷

সাধাৰণতে গৰম দিনত ছাল তেলেতীয়া হয়৷ অৱশ্যে কিছুমানৰ ক্ষেত্রত হয়াৰ ব্যতিক্রম নোহোৱা নহয়৷ প্রয়োজনীয় পানী আৰু পুষ্টিৰ অভাৱত কিছুমান লোকৰ ছাল সকলো সময়তে শুকান আৰু অনুজ্জ্বল হৈ থাকে৷ অৱশ্যে তেনে ছালত পেকতকৈ পুষ্টিকাৰক আহাৰ, পর্যাপ্ত পানী, ফল, শাকপাচলি, দৈ আদি নিয়মীয়াকৈ খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব লাগে৷ লগতে ছালখনক ৰদ, বতাহ আৰু ধূলিৰ পৰা যিমান পাৰি বচাহ ৰাখিব পাৰিলে ভাল৷ উপযুক্ত পৰিচর্যাৰ ফলত তেনে ছাললৈ পুনৰ সজীৱতা ঘূৰি আহে৷

শুকান ছালৰ বাবে

Øঅকণমান কেশৰ কেঁচা গাখীৰত তিয়াহ থৈ তেনে গাখীৰেৰে দৈনিক ছাল পৰিষ্কাৰ কৰিলে ছাল কোমল আৰু মোলায়েম হৈ পৰিব৷ পুৱা আৰু ৰাতি শুবলৈ যোৱাৰ আগত নিয়মিত এনেদৰে পৰিচর্যা কৰিব লাগে৷

Øপকা অমিতা, পকা কল নাহবা পকা আম পিতিকি এচামুচ গাখীৰৰ মালাহ ভালদৰে মিহলাহ ছালত লগাহ পোন্ধ/বিশ মিনিটৰ পাছত সাধাৰণ পানীৰে পেক আঁতৰাহ মহশ্বৰাহজাৰ লগাব লাগে৷ সপ্তাহত অন্ততঃ দুবাৰ এনেদৰে ছাল পৰিচর্যা কৰিলে ছালৰ শুকান ভাব নোহোৱা হব৷

Øদহটামান কাঠ বাদাম গাখীৰত গোটেহ ৰাতি তিয়াহ থৈ বাকলি আঁতৰাহ মিহিকৈ পিহি এচামুচ মৌ আৰু এচামুচ গাখীৰ মিহলাহ মুখত লগাহ সাধাৰণ পানীৰে পেক আঁতৰাহ মহশ্বৰাহজাৰ লগাব লাগে৷

তৈলাক্ত ছালৰ বাবে

Øএটা কণীৰ বগা অংশত এচামুচ মৌ আৰু এচামুচ নেমু টেঙাৰ ৰস মিহলাহ মুখ আৰু ডিঙিত লগাহ কেঁচা গাখীৰেৰে মুখ ঁটাব৷

Øমৌচুমী টেঙাৰ ৰস এচামুচৰ লগত এচামুচ মৌ মিহলাহ পোন্ধ/বিশ মিনিটৰ পিছত সাধাৰণ পানীৰে পেক আঁতৰাব৷

Øতিয়ঁহৰ ৰস, ডাবৰ পানী বটলত ভৰাহ ফ্রীজত থৈ দিব লাগে৷ গৰমত বাহিৰৰ পৰা আহি মুখ আৰু শৰীৰৰ ওলাহ থকা অংশত লগাব লাগে৷ সূর্যৰ পৰা হব পৰা ক্ষতিৰ পৰা ছালখন ৰক্ষা পৰে৷

Øমূলতানি মাটি দুচামুচত প্রয়োজন অনুসৰি গোলাপজল আৰু কেহটোপালমান টি ড্রি অহল মিহলাহ কোমল পেক তৈয়াৰ কৰি মুখ, ডিঙি আৰু হাতত লগাহ পোন্ধ/বিশ মিনিটৰ পাছত সাধাৰণ পানীৰে পেক আঁতৰাব লাগে৷ এহ পেকে ছান বার্ন নোহোৱা কৰে৷ হয়াৰ উপৰি তলত দিয়া পেকসমূহো সকলো গ্রীষ্মকালত সকলো ধৰণৰ ছালৰ বাবে উপযোগী৷

Øএলভেৰা ৰস এচামুচ, এটা ভিটামিন কেপছুলৰ ভিতৰৰ অংশ আৰু এচিকুট হালধি মিহলাহ  মুখ, ডিঙি আৰু হাতত লগাহ সাধাৰণ পানীৰে পেক আঁতৰাব লাগে৷ সপ্তাহত অন্ততঃ দুবাৰ এহ পেক লগালে ছাল মসৃণ, উজ্জ্বল আৰু বগা হব৷

Øদুচামুচ দৈ, এচামুচ গোলাপজল আৰু এচামুচ অটচ মিহলাহ কোমল পেক তৈয়াৰ কৰি সমগ্র শৰীৰত লগাহ পোন্ধ/বিশ মিনিটৰ পিছত সাধাৰণ পানীৰে তিয়াহ আঙুলিৰে লাহে লাহে ঘঁহি ঘঁহি পেক আঁতৰাহ গা ধুব লাগে৷ এহ পেকে স্কাবিঙৰ দৰে কাম কৰে৷ ছালৰ মৃত কোষ আঁতৰাহ ছাল নিমজ কৰি তোলে৷

বিলাহী, গাজৰ, তিয়ঁহ, তৰমুজ আদিৰ ৰস লগালেও ছাল উজ্জ্বল হৈ পৰে৷ ৰদৰ পৰা আহি লগালে ছালত পৰা কলা দাগ লাহে লাহে নোহোৱা হয়৷

নিমপাত সিজাহ সেহ পানীৰে গা ধুলে ছালৰ খৰখজুৱতি, ঘামচি আদিৰ পৰা পৰিত্রাণ পাব পাৰি৷

কলা তুলসী পাত পিহি তাত বগা চন্দন মিহলাহ ছালত লগালে গৰমত ছালত হোৱা সৰু সৰু গুটি নোহোৱা হৈ ছাল মসৃণ হৈ পৰে৷

পেক লগোৱাৰ আগৰ আৰু পাছৰ কিছু প্রয়োজনীয় কথা

Øযিকোনো পেক লগোৱাৰ আগত ছাল সদায় পৰিষ্কাৰ কৰি লব লাগে৷ পৰিষ্কাৰ ছালৰ নোপ কূপসমূহ খোল খাহ ছালে প্রয়োজনীয় পৰিপুষ্টি লাভ কৰে৷

Øপেক লগাহ আৰাম কৰিব লাগে৷ চকু জপাহ ষ্ট্রেছ ফ্রী হৈ ওপৰমুৱাকৈ আৰাম কৰিব লাগে৷ দুটুকুৰা কপাহ চকুৰ আকৃতিত লৈ আলু নাহবা তিয়ঁহৰ ৰসত তিয়াহ চকুৰ ওপৰত দিব লাগে৷ কেঁচা গাখীৰো লব পাৰি৷ হয়াৰ ফলত চকুযুৰিৰ ক্লান্তি নোহোৱা হোৱাৰ লগতে চকুৰ গুডি কলা পৰা আদিৰ পৰা নিৰাময় হয়৷

Øপেক বেছি শুকাবলৈ দিব নালাগে অন্যথা মুখত বলিৰেখা পৰাৰ সম্ভাৱনা থাকে৷ হয়াৰ উপৰি পেক লগাহ কথা কোৱা, চোবোৱা আদি কৰিব নালাগে৷ নহলে ছালত বলিৰেখা পৰে৷

Øপেক আঁতৰাহ ছালৰ প্রকাৰ অনুসৰি মহশ্বৰাহজ কৰিব লাগে৷  হয়াৰ উপৰি দৈনিক অন্ততঃ দুহ লিটাৰ পানী, ফলমূল, শাকপাচলি, ডাবৰ পানী, নেমুৰ চৰবত, ঘৰতে তৈয়াৰ কৰা ফলৰ ৰস, কুঁহিয়াৰৰ ৰস আদি খাব লাগে৷ দৈনিক এমুঠিমান বুটমগু, বাদাম আদি খাব পাৰিলে ভাল৷ বেছি তেল মচলাযুক্ত খাদ্য যিমান পাৰে কমাহ খাব লাগে৷ ভুলতো বজাৰৰ ঠাণ্ডা পানীয় খাব নালাগে৷ দেখিব অতি গৰমতো ছালত হব পৰা নানান উপসর্গৰ পৰা পৰিত্রাণ পাবলৈ সক্ষম হৈছে৷

ফোন ৯৯৫৪২৪৬২১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.