গল্পঃ মই শকুন্তলা নহওঁ

হিমানী কলিতা বাৰিষাৰ ৰাতি। বাহিৰত মুষলধাৰ বৰষুণ। এনেকুৱা বতৰত একাপ গৰম কফিৰ সোৱাদ আৰু এটি প্ৰিয় গীতৰ আমেজত ডুবিবলৈ খুব ভাল পায় অনন্যাই। বুকুৰ ভিতৰৰ ক'লা পৰি যোৱা পুৰণি ঘা টুকুৰাত হাত ফুৰাই ফুৰাই বৰ্তমানৰ নিজা স্থিতি আৰু আভিজাত্যখিনিৰ…

দৈনিক ৰাশিফল ২০ মে’ ২০২৬

৫ জেঠ, বুধবাৰ, ইং ২০ মে' ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): পুৱাৰ সময়ত কিছু নিৰাশ হোৱা দেখা যাব। প্রয়োজনীয় ক্ষেত্ৰত সাৱধানে থাকিব। প্রেম-দাম্পত্যত মধ্যম। শৰীৰৰ বিষয়ে চিন্তা থাকিব। শুভ ৰং বগা। শুভ সংখ্যা ১। ২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): কিছু বিষয়ত…

মেঘৰ সিপাৰে সৰগৰ দুৱাৰ…

মনোজ কুমাৰ ডেকা জ্যেষ্ঠ চিত্র সাংবাদিক কেতিয়াবা ভাবোঁ, মই নজনা কথা কিমান যে আছে! আনৰ কথা ক’ব নোৱাৰো, কিন্তু মই জানো- মই বহু কথাই নাজানো। ই বহুবাৰ প্রমাণিতও হৈছে। সেয়ে, বেছিভাগ সময়তে কিবা এটা জনাৰ, শুনাৰ বা শিকাৰ চেষ্টা কৰোঁ। পঢ়িব…

ভাৰতীয় সমাজত অংগৰাগ

উজ্জ্বল জ্যোতি দাস ৰোমান নাট্যকাৰ প্লাউটাছে লক্ষণীয়ভাৱে মন্তব্য কৰিছিল, ‘ৰং নথকা নাৰী নিমখবিহীন খাদ্যৰ দৰে।' এই কথাই যথেষ্ট তাৎপর্য বহন কৰিছে। প্ৰসাধন বিজ্ঞানৰ প্ৰাচীন বিজ্ঞানৰ উৎপত্তি আচলতে ইজিপ্ত আৰু ভাৰতত বুলি ধৰা হয় যদিও সিন্ধু…

দৈনিক ৰাশিফল ১৮ মে ২০২৬

৩ জেঠ, সোমবাৰ, ইং ১৮ মে' ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): আজি প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ'ব পাৰে। দায়িত্বপূৰ্ণ কামৰ ক্ষেত্ৰত সচেতন হওক। শুভ ৰং ক্রীম, শুভ সংখ্যা ৩। ২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি যান-বাহন…

গল্পঃ অব্যক্ত

পল্লৱী শইকীয়া ১) দিবাস্বপ্নৰ মধ্যমণি তাঁতশালৰ মাকোটো নিৰ্দিষ্ট বেগেৰে ৰাঁচখনৰ কাষেৰে সৰকি গৈ মনীষাৰ সোঁহাতখনৰ পৰা বাঁওহাতখন পোৱাদি তাইৰ মনটোও যেন ঘনে ঘনে মুকলি পথাৰখনেৰে সৰকি গৈ নদীৰ পাৰৰ সেই নিৰ্দিষ্ট গছজোপাত সংপৃক্ত হৈ পৰিছে। মাজে…

এণ্টি এজিঙৰ পৰা হেলথী এজিঙলৈ

বিপ্লৱ ওজা তেজপুৰ বিশ্ববিদ্যালয় এজিং কিম্বা বার্ধক্য এতিয়া চিন্তাৰ কাৰক নহয়, ই মাথোঁ সময়ৰ সৈতে প্ৰৱহমান গতিৰ এক বাস্তৱ পৰিচয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি প্ৰতি ৬জন লোকৰ ভিতৰত এজনৰ বয়স ৬০ বছৰ বা তাতেকৈ বেছি…

দৈনিক ৰাশিফল ১৬ মে ২০২৬

১ জেঠ, শনিবাৰ, ইং ১৬ মে' ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, সামাজিক কৰ্মত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব যদিও আজি আপুনি ঘৰুৱা কৰ্মত সাজাগ হোৱাটো ভাল হ'ব। ২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ…

গৰ্ভাৱস্থাত ছালৰ যতন

মমতা শর্মা স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ৱ’মেনম হেলথ কেয়াৰ গৰ্ভাৱস্থাৰ সময়ত মহিলাগৰাকীৰ সমগ্ৰ শৰীৰতে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় আৰু ছালখনৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। ইয়াৰ ভিতৰত কিছুমান স্বাভাৱিক পৰিৱৰ্তনৰ ভিতৰত পৰে আৰু কিছুমান ক্ষেত্ৰত…

প্ৰকৃতিৰ আশ্চৰ্য মালয়েছিয়াৰ ‘বাটুগুহা’ দর্শন

আইমণি গোহাঁই দিহিঙীয়া প্রত্যেক মানুহেই কম-বেছি পৰিমাণে ভ্ৰমণবিলাসী বুলি ক'ব পাৰি। এনে হেঁপাহৰ আপাহতে ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে দক্ষিণ-পূব এছিয়াৰ অন্যতম সুন্দৰ আৰু উন্নত দেশ মালয়েছিয়ালৈ যোৱাৰ সৌভাগ্য হৈছিল। প্ৰথম দৰ্শনতে সকলো…