৩ জেঠ, সোমবাৰ, ইং ১৮ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে। দায়িত্বপূৰ্ণ কামৰ ক্ষেত্ৰত সচেতন হওক। শুভ ৰং ক্রীম, শুভ সংখ্যা ৩।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি যান-বাহন চলোৱা লোকসকল সাৱধানে থাকক। বিবাহিত জীৱনত শুভ। উচ্চ শিক্ষাৰ বাবে সমস্যা হ’ব পাৰে। প্ৰেমত কষ্ট। শুভ ৰং মেৰুন, শুভ সংখ্যা ১।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। গৃহ নিৰ্মাণৰ ফলত বাধা। দেহৰ অশান্তি হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান। বিদ্যাত শুভ। প্ৰেমত শুভ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬।
৪.কৰ্কট ৰাশি(ড,হ): আজি গৱেষণামূলক কামৰ প্ৰতিভাৰ বিকাশ। আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে। আৰ্থিক দিশত শুভ। বিদ্যাত সাফল্য লাভ। শুভ ৰংবগা, শুভ সংখ্যা ৮।
৫.সিংহ ৰাশি (ম,ট): আজি আর্থিক উন্নতিৰ কাৰণে যোগাযোগ সফল হ’ব পাৰে। পুৰণি অসুখ কষ্টদায়ক হ’ব পাৰে। আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধিৰ যোগ। প্ৰেমত শুভ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি স্বাস্থ্যৰ অসুবিধা হ’ব পাৰে। পঢ়া-শুনাৰ চেষ্টাৰ প্ৰতি গুৰুত্ব দিয়ক। পাৰিবাৰিক কোনো বিষয়ে চিন্তা বৃদ্ধি। প্ৰেমত বাধা। ব্যৱসায়ত শুভ। শুভ ৰং ক’লা, শুভ সংখ্যা ৫।
৭.তুলা ৰাশি(ৰ,ত): আজি আর্থিক অসুবিধা কিছু পৰিমাণে লাঘৱ হোৱাৰ আশা। কোনো প্রভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব। কৰ্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।
৮.বৃশ্চিক ৰাশি(ন,য): আজি কর্মক্ষেত্ৰত নিজৰ দায়িত্বৰ বিষয়ে সতর্ক থাকিব। আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা। অত্যধিক পৰিশ্ৰম বৰ্জন কৰিব। শৰীৰৰ মধ্যম। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে স্থিৰভাৱে চিন্তা কৰি লওক। পাৰিবাৰিক সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে গুৰুজনৰ লগত আলোচনা হ’ব পাৰে। প্ৰেমত সাৱধান। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
১০.মকৰ ৰাশি(খ,জ): আজি যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰাই ভাল হ’ব৷ ভ্ৰমণৰ দিশত বাধা। আনৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰিলে ভাল। দাম্পত্যত কষ্ট। শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ২।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি আয় বৃদ্ধিৰ ক্ষেত্ৰত বাধা দেখা যায়। কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে। বিদ্যাত মধ্যম। ব্যৱসায় ক্ষেত্ৰত অশান্তি হ’ব পাৰে। প্ৰেমত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৫।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল। বিদ্যাৰ্থীসকলৰ বাবে শুভ। প্ৰেমত মতবিৰোধ। মাতৃৰ শৰীৰ শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
Comments are closed, but trackbacks and pingbacks are open.