দৈনিক ৰাশিফল ২৩ মে’ ২০২৬

24

৮ জেঠ, শনিবাৰ , ইং ২৩ মে’ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আজি ব্যৱসায়ৰ ক্ষেত্ৰত খৰচ বৃদ্ধি। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ কামৰ চাপ বৃদ্ধি হ’ব। স্ত্ৰীৰ লগত অলপ বিবাদ হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ২।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি নতুন গৃহ নিৰ্মাণ হোৱাৰ সম্ভৱনা। চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে। অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰংবগা, শুভ সংখ্যা ১।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি আর্থিক দিশত অশান্তি হ’ব পাৰে। অতিৰিক্ত অর্থ লাভৰ আশাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিজ্ঞান চৰ্চাৰ অগ্ৰগতিৰ সম্ভাৱনা। শত্ৰুৰ পৰা সাৱধান। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫।

৪.কৰ্কট ৰাশি(ড,হ): আজি পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। উচ্চ শিক্ষাৰ শুভ ফল। ব্যৱসায়িক দিশত অশান্তি হ’ব পাৰে। বন্ধুৰ ভুলৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।

৫.সিংহ ৰাশি (ম,ট): আজি সম্পত্তিৰ অধিকাৰক লৈ বিবাদ হ’ব পাৰে। ব্যৱসায়িক দিশত ভাল যোগাযোগ আহিব পাৰে। বুদ্ধিৰ ভুলৰ বাবে কামৰ ক্ষতি হোৱাৰ সম্ভাৱনা। শুভ ৰং সেউজীয়া শুভ সংখ্যা ৭।

৬.কন্যা ৰাশি(ঠ,প,ন): আজি দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। আর্থিক দিশত আয় বৃদ্ধি হোৱাৰ যোগ। স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে। শুভ ৰং কমলা, শুভ সংখ্যা ৬।

৭.তুলা ৰাশি(ৰ,ত): আজি চাকৰিৰ স্থান সলনি হ’ব পাৰে। পৰাপক্ষত টকা-পইচাৰ লেনদেন নিজ হাতেৰে কৰক। কৰ্মস্থানত উচ্চপদস্থ ব্যক্তিৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

৮.বৃশ্চিক ৰাশি(ন,য): আজি ভ্ৰমণৰ দিশত শুভ। অতিৰিক্ত আৱেগৰ বাবে কামৰ ক্ষতি হ’ব পাৰে। উচ্চ শিক্ষাৰ সুযোগ আহিব পাৰে। প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি আর্থিক দিশত অশান্তিৰ বাবে ঘৰত চিন্তা বৃদ্ধি। ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব। যিকোনো কাম আৰম্ভ কৰাৰ আগত ডাঙৰৰ পৰামৰ্শ লোৱা উচিত। শুভ ৰং ক্রীম, শুভ সংখ্যা ২

১০.মকৰ ৰাশি(খ,জ): আজি ব্যৱসায়ত খৰচৰ মাত্ৰা বৃদ্ধি পাব। প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে। মা-দেউতাৰ শৰীৰক লৈ কিছু চিন্তা বাঢ়িব। শত্ৰুৰ পৰা সাৱধান। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে ভাল সুযোগ আহিব পাৰে। ভাতৃৰ লগত বিবাদ হ’ব পাৰে। মানসিকভাৱে চাপ বৃদ্ধি। শুভ ৰং সোণালী, শুভ সংখ্যা ৫।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি সন্তানৰ ব্যৱহাৰৰ বাবে মানসিকভাৱে চাপ বৃদ্ধি। কর্মস্থানত বহু দিনৰ পিছত নিজৰ প্ৰতিভাৰ প্ৰকাশ ঘটিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯।

You might also like

Comments are closed, but trackbacks and pingbacks are open.