মিঠা আলু (Sweet Potato)
মিঠা আলু (মিঠা আলু বা ৰঙা আলু বুলিও জনা যায় অতি পুষ্টিকৰ আৰু ইয়াক ছুপাৰফুড বুলি জনা যায়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ, আঁহ, আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বিশেষকৈ ৰঙা/কমলা ৰঙৰ মিঠা আলুৰ পুষ্টিগুণ…