ঠাণ্ডা দিনত ছালৰ আৰ্দ্ৰতা বজাই ৰখাৰ টিপছ
ঠাণ্ডা দিনত ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ কেইটামান সহজ আৰু উপকাৰী টিপছ --
শীতকালত বায়ু শুকান হোৱাৰ বাবে ছালৰ পৰা আৰ্দ্ৰতা কমি যায়, যাৰ ফলত ছাল ৰুক্ষ, খজুৱতি আৰু ফাটি যাব পাৰে। এই সমস্যাৰ পৰা বাচিবলৈ নিয়মীয়াকৈ যত্ন লওকজ্ঞ
প্ৰচুৰ পানী…