দৈনিক ৰাশিফল ১০ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পূৰণ হ'ব, কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু সৰু কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ২.বৃষ ৰাশি (উ,ব):…

জুতি জীৱনৰঃ “দুধ পুলি পিঠা”

বজাৰৰ কৃত্ৰিম বিস্কুট খাই আমনি লাগিছে নেকি? জহা চাউলৰ সুঘ্ৰাণ আৰু গাখীৰৰ পুষ্টিৰে ভৰপূৰ এই "দুধ পুলি পিঠা" আপোনাৰ চাহৰ লগত এক স্বাস্থ্যসন্মত আৰু সুস্বাদু বিকল্প হ'ব পাৰে। অতি কম সময়ত আৰু সহজতে কেনেকৈ এই "দুধ পুলি পিঠা" বনাব পাৰি, তাৰ…

শিশু আৰু মোবাইল ফোন: নিয়ন্ত্ৰণ সম্ভৱ?

আজিৰ ডিজিটেল যুগত মোবাইল ফোন শিশুৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে৷ কাৰণ ই শিক্ষাৰ ক্ষেত্ৰতো কিছুমান সুবিধা আগবঢ়ায়৷ তথাপিও, অধিক মোবাইল ব্যৱহাৰে শিশুৰ মানসিক, শাৰীৰিক আৰু সামাজিক বিকাশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ সেয়ে সময় থাকোঁতেই শিশুক…

দৈনিক ৰাশিফল ৯ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত  পুৰণি সমস্যাৰ সমাধান হ'ব, উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ২.বৃষ ৰাশি (উ,ব): বৃষ ৰাশিৰ…

গল্পঃ সহোদৰ

ড° পৰাগ কুমাৰ ভট্টাচার্য দুই ভায়েক। উদয় আৰু নিলয়। বয়সৰ বৰ বেছি পার্থক্য নাই। সেই গুণে দুয়ো বন্ধুৱৎ। পিতৃ ৰামচৰণ। মানুহে ৰামে মাষ্টৰ বুলি জানে। আগতে প্ৰাইমাৰী স্কুলৰ মাষ্টৰ আছিল । দৰমহা পায় পাঁচ টকা। সেয়ে ঘৰৰ কাষতে থকা খেতিৰ…

অসমীয়া জীৱনশৈলীৰ কিছু সহজ টিপছ

দৈনন্দিন জীৱনত সৰু সৰু অভ্যাসে কেনেকৈ আমাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখিব পাৰে, তাৰ কিছুমান সহজ আৰু উপযোগী উপদেশ ইয়াত আগবঢ়োৱা হৈছে। দিনটো গৰম পানীৰে আৰম্ভ কৰক: ৰাতিপুৱা গৰম পানী খালে শৰীৰ পৰিষ্কাৰ থাকে আৰু হজম শক্তি বৃদ্ধি…

দৈনিক ৰাশিফল ৭ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত  মনত সুখ শান্তি বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হোৱাৰ যোগ দেখা যায়। ২.বৃষ ৰাশি (উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা…

কণ্ঠৰ ৰোগ আৰু পাণৰ উপকাৰিতা

ডাঃ ৰীমা ভট্টাচাৰ্য আয়ুর্বেদ মেডিচিন বিশেষজ্ঞ শীতকালীন কণ্ঠ আৰু শ্বাসনলীৰ সমস্যা অধিক হোৱা দেখা যায়। বিশেষকৈ কাহ, কণ্ঠৰ সুৰসুৰণি, ফেৰিনজাইটিছ, হাপানী, নিউম’নিয়া আদি ৰোগ সকলো বয়সৰ লোকৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন ঔষধ ব্যবহাৰ কৰা হয়…

গল্পঃ সেউজ বন্ধু

তৰালি ঘৰফলীয়া মানুহটো তেনেই বনৰীয়া। ঘৰত যদি এবেলা থাকে, হাবিতে তিনিবেলা কটায়। আচলতে, হাবি বুলি ক’লে ভুলেই হ’ব। সেইখন তেওঁ নিজ হাতে গঢ়া অটব্য অৰণ্য। উশাহটোও চাগে’ ঘৰতকৈ তাতহে বেছি ভালকৈ পায় তেওঁ। কেৱল তেৱেঁই কিয়, তাত থকা চৰাইবোৰেও…

দৈনিক ৰাশিফল ৪ ফেব্ৰুৱাৰী ২০২৬

শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম: ২১ মাঘ, বুধবাৰ , ইং ৪ ফেব্ৰুৱাৰী ২০২৬ সূৰ্যোদয় ঘ: ৬/১০/৪৭ সূৰ্যাস্ত ঘ: ৫/৩/৩১ ৰাশি: সিংহ ৰাশি। শে:ৰা:ঘ:- ৬/৯/১৪ যোৱাত কন্যা ৰাশি। তিথি: কৃষ্ণা তৃতীয়া  তিথি। ৰা:ঘ:- ১/৪৭/৩ যোৱাত শুক্লা চতুৰ্থী তিথি…