দৈনিক ৰাশিফল ১৮ মাৰ্চ ২০২৬

৩ চ'ত, বুধবাৰ , ইং ১৮ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব লগতে আজি ছাত্ৰ ছাত্ৰী সকলে সজাগ নহ'লে পঢ়া শুনাত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়। ২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ…

আয়ুৰ্বেদৰ জৰিয়তে কৰ্কট ৰোগৰ প্ৰতিৰোধ

ডাঃ ৰীমা ভট্টাচার্য কৰ্কট ৰোগ এক মাৰাত্মক ব্যাধি। ভাৰতীয় লোকৰ প্ৰত্যেক দহজনৰ বিপৰীতে এজনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। দুর্ভাগ্যবশতঃ যে চিকিৎসাৰ পলমৰ বাবে প্ৰায় সত্তৰ শতাংশ ৰোগীৰ মৃত্যু হয়। অর্থাৎ ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ…

ইউৰোপৰ নৱজাগৰণৰ পবিত্ৰ ভূমি- ফ্লোৰেন্স নগৰত

ড॰ হৰিশংকৰ কাকতী অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা ২১ মে' 2024 চন। ইটালী ভ্ৰমণৰ দ্বিতীয় দিন। আগদিনা গাইডে আমাক আজিৰ দিনটোৰ বাবে যাত্ৰা কৰিবলগীয়া ঠাইখনৰ বিষয়ে জনাই থৈছিল। ঠাইখন আছিল ইউৰোপৰ নৱজাগৰণৰ পৱিত্ৰ…

দৈনিক ৰাশিফল ১৭ মাৰ্চ ২০২৬

২ চ'ত, মঙ্গলবাৰ, ইং ১৭ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাত মনোযোগ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা…

অসম্পূৰ্ণতাই জীৱনৰ সৌন্দৰ্য- কোনোৱেই নিখুঁত নহয় !

এখন এনে পৃথিৱীত আমি বাস কৰোঁ, য’ত সফলতা, সৌন্দৰ্য, প্ৰতিভা আৰু সাফল্যক বেছি গুৰুত্ব দিয়া হয়। ছ’চিয়েল মিডিয়াত দেখা নিখুঁত মুখ, চকুত লগা জীৱনশৈলী আৰু সফলতাৰ কাহিনীবোৰে বহুত সময়ত আমাৰ মনত এনে এটা ধাৰণা জন্মায় যে নিখুঁত হোৱাটোৱে জীৱনৰ…

চুলি গজাৰ আয়ুর্বেদিক উপায়

ডাঃ নিতুল বৈশ্য একোছা স্বাস্থ্যৱান চুলি সকলোৱেই বিচাৰে। দীঘল, ঘন, ক’লা চুলি একোছা কেৱল সৌন্দৰ্যৰ প্রতীকেই নহয়, ই দেহৰ সামগ্রিক সুস্বাস্থ্যৰো প্ৰতিফলন। আয়ুৰ্বেদত চুলিক অস্থি ধাতুৰ উপধাতু বুলি কোৱা হৈছে। চুলিৰ বৃদ্ধি ৰসধাতু আৰু…

দৈনিক ৰাশিফল ১৬ মাৰ্চ ২০২৬

১ চ'ত, সোমবাৰ , ইং ১৬ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, কৰ্মত নতুন নতুন আঁচনি গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সৰু সৰু কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ…

জীৱনৰ বাটত প্ৰেমৰ ৰ’দকাঁচলি

বিৰিণা গোস্বামী পুৰণি কিতাপ ডায়েৰী খুঁচৰি থাকোঁতে পুৰণি ডায়েৰীৰ পাতৰ মাজত এপাহ শুকান গোলাপ দেখি নীলা থমকি ৰ'ল। গোলাপ পাহ থোৱা পাতখিলাতে সৰুকৈ কিবা এষাৰ লিখা আছিল। আখৰকেইটাত হাত ফুৰাই আৱেগিক হৈ উঠিল ৷ গোলাপপাহ কোনে কেতিয়া কিয় দিছিল সকলো…

আইনাৰ আলাপত বিপুলজ্যোতি শ‍ইকীয়া

বর্ণালী এছ. ডেকা বিপুলজ্যোতি শ‍ইকীয়া অসমীয়া সাহিত্যৰ এগৰাকী প্ৰখ্যাত কবি, যাৰ কবিতা ১৯৭০ দশকৰ শেষভাগৰ পৰা প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কাব্য জগতখন মূলতঃ অস্তিত্বৰ সন্ধান, জীৱনৰ পৰস্পৰবিৰোধী অভিজ্ঞতা, অসম আন্দোলন (১৯৮০) আৰু গোষ্ঠীগত…

দৈনিক ৰাশিফল ১৪ মাৰ্চ ২০২৬

২৯ ফাগুন, শনিবাৰ , ইং ১৪ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব যদিও আজি আপুনি কৰ্মত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়। ২.বৃষ…