শব্দৰ শক্তি…
পৰমজিৎ পাপলী কৌৰ
শব্দৰ শক্তি অপাৰ, আপোনাৰ মোৰ মুখেৰে ওলোৱা এটা শব্দ বা এষাৰি বাক্যই শ্রোতাজনৰ মনোজগতত কি ধৰণৰ ক্ৰিয়া কৰিব, সেয়া সম্পূৰ্ণ ৰূপে কওঁতাজনৰ ওপৰতে নিৰ্ভৰশীল। বহু সময়ত শব্দ উপস্থাপন কৰাৰ ধৰণটোতেই নিৰ্ভৰ কৰে ফলাফল। উদাহৰণস্বৰূপে…