দৈনিক ৰাশিফল ২৭ মাৰ্চ ২০২৬
১২ চ'ত, শুক্ৰবাৰ, ইং ২৭ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি আনে প্ৰশংসা কৰিব। ভাগ্যৰ পৰিৱৰ্তন হ'ব। ব্যৱসায়-বাণিজ্যত উন্নতি। বিদ্যাত শুভ। প্ৰেমত সাৱধান। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি…