গল্পঃস্মার্ট মা
সুৰভি ডেকা
পাহিয়ে একপ্ৰকাৰ চিঞৰি উঠিছিল মোক দেখি ।
কি যে মা তুমি এতিয়াও আউটডেটেড হৈ আছা! এনেকৈ চুলি নাবান্ধিবা বুলি কিমান ক’ম?
মুখৰ ভিতৰতে ভোৰভোৰাই এসোপামান অসন্তুষ্টি লৈ তাই মোক চুলিখিনি ধুনীয়াকৈ বান্ধি দিলে । যিযোৰ কাপোৰ মই…