Saturday, December 15, 2018
Home আইনাত প্ৰতিচ্ছবি

আইনাত প্ৰতিচ্ছবি

প্ৰেমক লৈ যদি এখন ৰচনা লিখিব লগা হয়, পোনপ্ৰথমে মই এখন চহৰৰ কাহিনীয়ে লিখিব খুজিম। কিছুমান সময়ক যেনেদৰে একান্তই নিজৰ বুলি কোৱা যায়, কিছুমান চহৰো হৈ থাকে নিজৰ বুলি দাবী কৰিব পৰা অনুভূতিৰে আচ্ছন্ন। বহু দূৰণিত থাকিও সেই চহৰৰ প্ৰতি অনুভৱ কৰা যায় কেতিয়াবা দুৰ্বাৰ আকুলতা, কেতিয়াবা বুকুভগা হাহাকাৰ। অৱশ্যে...
মিলান কুন্দেৰাৰ “আনবেয়াৰবল লাইটনেছ অফ বিয়িং” উপন্যাসখনৰ মূল বিষয়বস্তু প্ৰেম। কিন্তু কুন্দেৰাৰ এইখন উপন্যাসে নৰ-নাৰীৰ সম্পৰ্কৰ জটিল অনুবন্ধবোৰক এক সৰলৰৈখিক পৰিক্ৰমাৰ মাজত সীমাবদ্ধ কৰি ৰখা নাই। নাৰী-পুৰুষৰ প্ৰেম তথা দৈহিক আদান-প্ৰদানৰ পাৰ্বণসমূহৰ প্ৰেক্ষাপটত সমাহাৰ ঘটিছে বহু নৈতিক তথা দাৰ্শনিক প্ৰশ্নৰ। আৰম্ভণিতেই কুন্দেৰাই দাৰ্শনিক ফ্ৰেডৰিক নীৎসেৰ ‘শাশ্বত ওভতনি যাত্ৰা’ৰ ধাৰণাৰ...
শিক্ষানুষ্ঠান এটালৈ ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া পৰিপাটিকৈ শিক্ষানুষ্ঠানৰ দ্বাৰা স্বীকৃত সাজপাৰ অৰ্থাৎ ইউনিফৰ্ম পিন্ধি আহে, তেতিয়া শিক্ষানুষ্ঠানটোৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৰিচিতি তথা চৰিত্ৰই এক নতুন মাত্ৰা লাভ কৰে। ই শিক্ষানুষ্ঠানখনক বহিঃবিশ্বৰ স’তে চিনাকি কৰাই দিয়ে আৰু শিক্ষানুষ্ঠানখনৰ শৃংখলা বৰ্তাই ৰখাত অৰিহণা যোগায়। একেধৰণৰ সাজপাৰ পৰিধান কৰি অহাৰ পৰিপ্ৰেক্ষিতত জাতি, বৰ্ণ, ধৰ্ম,...
প্ৰেমক লৈ যদি এখন ৰচন লিখিব লগা হয়, পোপ্ৰথমে মই এখন চহৰৰ কাহিনীয়ে লিখিব খুজিম। কিছুমান সময়ক যেনেদৰে একান্তই নিজৰ বুলি কোৱা যায়, কিছুমা চহৰো হৈ থাে নিজৰ বুলি দাবী কৰিব পৰা অনুভূতিৰে আচ্ছন্ন। বহু দূৰণিত থাকিও সেই চহৰৰ প্ৰতি অনুভৱ কৰা যায় কেতিয়াবা বুকু ভগা হাহাকাৰ। অৱশ্যে এয়াও সঁচা...
  ...বাট নাই, সময়ে কাটে জীৱনৰ বাট। যি বাটেৰে গৈ গৈ এদিন জীৱনে স্পৰ্শে মৃত্যুৰ উচ্ছল জ্বলপ্ৰপাত। সকলো অসত্য, আকাশ মাথোঁ ভ্ৰান্ত ধাৰণা, চিগাৰেটৰ 'সুখটান'ত মুক্তিৰ সন্ধান কেৱল বেপৰোৱা কায়দা, প্ৰকৃত সত্য সময়। গতি-ৰূপান্তৰৰ নায়ক ঘঁড়ীৰ কাঁটাঁৰ টিক্ টিক প্ৰতিেটা লহমা। সময়ৰ বুকুত সকলো স্থবিৰ, গান্ধী-লিংগন-হোচি মিন অথবা বহূৰক্তাক্ত ইতিহাসৰ...