Author
Web Desk
নৈঃশব্দত এমুঠি ভালপোৱা
পল্লৱী কৌশিক শর্মা
চিগাৰেটৰ ধোঁৱাখিনি অত্যন্ত নির্লিপ্তিৰে শূন্যলৈ উৰুৱাই অলসতাৰে বিছনাখনত গাটো এৰি দিলোঁ মই ৷ মোৰ দুচকুৱে পিছে এটি স্বভাৱসিদ্ধ অভ্যাসৰ দৰে ওঁঠৰ ফাঁকেৰে নির্গত ধোঁৱাখিনিকে অনুসৰণ কৰিলে ৷ ধোঁৱাবোৰ কুণ্ডলী পকাই উৰি–উৰি,…
মে মাহৰ বিশেষ দেওবাৰটো
পল্লৱী শইকীয়া
জন্ম আৰু মৃত্যু এই দুইমূৰ সংযোগী জীৱনটো অতিবাহিত কৰিবলৈ যাওঁতেই আমি বহুতো সম্বন্ধৰে বান্ধ খাই পৰোঁ ৷ প্রথমে কাৰোবাৰ জীয়ৰী, তাৰ পিছত কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী আৰু সময়ৰ প্রবাহত গৈ মাতৃত্ব অর্জনৰ সুখখিনিও এই জীৱনেই দান কৰে…
আপোনাৰ সন্তানক সময় দিছে !
জোনাকী দেৱী কাশ্যপ
যদি কাৰোবাৰ ওচৰত সম্পূর্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পর্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহলে সেই মানুহজন কেতিয়াও দুখীয়া নহয়ঃ গৌতম বুদ্ধ
সন্তান, যিয়ে পৰিয়াল সম্পূর্ণ কৰে ৷ আপোনাৰ সন্তানক আপুনি সিহঁতে বিচৰা সকলো…
অৱধি সোৱাদৰ জুতি
সঞ্জয় কলিতা
প্রিয় পাঠক, আমি সকলোৱে বিভিন্ন সময়ত বিভিন্ন খাদ্য খাওঁ ৷ বেছিভাগ সময় আমি সকলোৱে ঘৰতেই খাওঁ নহয় জানো মাজে–সময়ে কম–বেছি পৰিমাণে আমি হোটেল বা ৰেষ্টুৰেণ্টতো খাওঁ ৷ বাহিৰত খালে আমি প্রায় সকলোৱে আটাহতকৈ বেছি কি খাওঁ বাৰু…
ফেটি লিভাৰঃ কাৰণ আৰু প্রতিৰোধৰ উপায়
ৰাজীৱ কাশ্যপ
লিভাৰ বা যকৃত হৈছে আমাৰ শৰীৰৰ এবিধ ডাঙৰ অংগ আৰু আটাহতকৈ ডাঙৰ গ্রন্থি ৷ লিভাৰে পাচন কার্যত সহায় কৰে, প্রটিন সংশ্লেষণ কৰে, বিপাক ক্রিয়াত সহায় কৰে…
শ্বেয়াৰেণ্টিংঃ অভিভাৱকত্বৰ এক আধুনিক যাত্রা
অনুপমা বৰগোহাঁই
অভিভাৱকত্ব হৈছে এক আনন্দকৰ অথচ জটিল যাত্রা ৷ এই যাত্রা যুগে যুগে বিকশিত হৈ আহিছে ৷ আজিৰ ডিজিটেল যুগত অভিভাৱকত্বৰ যাত্রাৰ এই বিকাশে অন্য এটা দিশ পাইছে ৷ অভিভাৱকত্ব অর্থাৎ ইংৰাজীৰ পেৰেণ্ঢিং শব্দটোৰ লগত শ্বেয়াৰেণ্টিং নামৰ এটা…
ভূটানৰ ব্যতিক্রমী খাদ্য
কৰবী গগৈ শর্মা
হিমালয়ৰ পাদদেশত অৱস্থিত সৰু আৰু বিচিত্র দেশখনেই হৈছে ভূটান ৷ আমাৰ নিচেই ওচৰত থকা দেশখন দেখাত সৰু যদিও বৈচিত্র্যৰে ভৰা ৷ অসংখ্য মা লভূমি, সুউচ্চ …
T3, T4, TSH আৰু খাদ্য
বিপ্লৱ ওজা
সাধাৰণতে যেতিয়া আমি থাইৰয়ড সম্পর্কীয় বিকাৰৰ সন্মুখীন হওঁ, চিকিৎসকে আমাক তেজৰ T3, T4 আৰু TSH প্রাচলৰ পৰীক্ষা কৰিবলৈ পৰামর্শ দিয়ে ৷ সর্বাধিক ক্ষেত্রত তেজ পৰীক্ষাৰ প্রতিবেদন প্রাপ্ত কৰাৰ পিছত TSH প্রাচলটো অধিক হোৱা দেখা যায় আৰু…