সত্য কাহিনীৰ আলমত দ্য কেৰালা ষ্টৰী
প্রণৱজ্যোতি মহন্ত
বহু বিতর্কৰ মাজতে ৫ মেত ছবিগৃহত মুক্তি পালে পৰিচালক সুদীপ্ত সেনৰ দ্য কেৰালা ষ্টৰী ৷ শেহতীয়াকৈ বিতর্কৰ বাবে নির্মাতাহ ছবিখনৰ ট্ৰেইলাৰতো পৰিৱর্তন কৰিবলগীয়া হৈছিল ৷ এনেদৰে চালে সঁচা ঘটনাৰ আধাৰত এখন ছবি নির্মাণে চিনেমা…