T3, T4, TSH আৰু খাদ্য
বিপ্লৱ ওজা
সাধাৰণতে যেতিয়া আমি থাইৰয়ড সম্পর্কীয় বিকাৰৰ সন্মুখীন হওঁ, চিকিৎসকে আমাক তেজৰ T3, T4 আৰু TSH প্রাচলৰ পৰীক্ষা কৰিবলৈ পৰামর্শ দিয়ে ৷ সর্বাধিক ক্ষেত্রত তেজ পৰীক্ষাৰ প্রতিবেদন প্রাপ্ত কৰাৰ পিছত TSH প্রাচলটো অধিক হোৱা দেখা যায় আৰু…