সমাজৰ দৃষ্টিত সুখী হোৱাটো ব্যয়বহুল
জোনাকী দেৱী কাশ্যপ
যদি আপুনি সুখী হৈ থাকিব বিচাৰে তেন্তে সুখী হোৱাটো বহুত সস্তা, কিন্তু যদি আপুনি সুখী সেয়া দেখাব খোজে তেন্তে সেয়া বহুত ব্যয়বহুল৷ গৌৰ গোপাল দাস৷
সুখ এক মানসিক অনূভূতি৷ সুখ মনৰ এক অৱস্থা যি ভালপোৱা, তৃপ্তি অথবা আনন্দৰ…