চেফ কেনেকৈ হ’ব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই
চেফ (Chef) হ’ল এজন পেচাদাৰী ব্যক্তি যিজনে পেচাগতভাৱে খাদ্য ৰন্ধা-বঢ়া কৰে। এজন চেফ (Chef)ৰ কাম বহু পৰিসৰত বিস্তৃত হয়, কেৱল ৰন্ধা-বঢ়াৰ মাজতে সীমাবদ্ধ নহয়। তেওঁৰ দায়িত্ব নিখুঁত, গতি আৰু সূক্ষ্মতাৰে সুস্বাদু খাদ্য…