কমলাৰে সৌন্দৰ্য্য চৰ্চা
গীতাশ্ৰী গগৈ হাতীবৰুৱা
যিহেতুকে এতিয়া কমলাৰ বতৰ। এই বতৰৰ ফল কমলা আমি খোৱাৰ উপৰিও আমাৰ সৌন্দৰ্য্য চৰ্চাটো ব্যৱহাৰ হৈ আহিছে। এই ফলৰ বাকলি গোটেই বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থব পাৰি আৰু প্ৰয়োজনত তাক ব্যৱহাৰ কৰিলেই হ'ল।
প্ৰথমে কমলাৰ বাকলি খিনি…