তৃতীয় প্ৰহৰ ৰাত্ৰি
ববিতা কলিতা
"উদ্গলিতদৰ্ভকৱলা মৃগ:পৰিত্যক্ত নৰ্তনা ময়ুৰা:।
অপসৃতপান্ডুপত্ৰা মুঞ্চন্ত্যশ্ৰুণীৱ লতা:।"
মৃগই চৰ্বিত তৃণ দিছে উলিয়াই
নাচিবলৈ এৰিছে নৰ্তকী ম'ৰাই
চকুৰ লোতকৰ দৰে দিছেহি খহাই
পীতপত্ৰ বিৰহিনী লতিকাই
অধ্যয়নকক্ষত বহি তগৰে তৰ্জমা…