ফুল আৰু মানসিক প্রশান্তি
নমিতা দাস
পাতনি
শব্দৰ মাহাত্ম্য অপৰিসীম, নাহৰ, তগৰ, কুলি আদি শব্দই যিদৰে বহাগলৈ মনত পেলায়, ঠিক তেনেদৰে ফুল শব্দটোৱে মনলৈ আনে আলফুলীয়া মাদকতাভৰা সুকোমল অনুভূতি, সুগন্ধি, মানসিক প্রশান্তি৷ কিন্তু ফুলৰ সংজ্ঞা প্রকাশ কৰা সহজ নহয়৷ উদ্ভিদ…