সফলতা এক বিৰামহীন যাত্ৰা
ডাঃ কৰুণা হাজৰিকা
আমি জীৱনত সদায় পোৱা নোপোৱাৰ মাজত যুঁযি থাকো । বহু সময়ত আমি এই যুঁযত হাৰ মানো আৰু কেতিয়াবা যুঁযিবলৈ অপ্ৰাণ চেষ্টা কৰো। বহু সময়ত আমাক বিভিন্ন প্ৰকাৰৰ বিপৰ্যয়ে আগুৰি ধৰে আৰু আমাক বিচলিত কৰে আৰু আমি আমাৰ লক্ষ্য়ৰ পৰা আতৰি আহো…