পেপটিক আল্চাৰ্
লুকীমা বৰুৱা
আমাৰ খাদ্যনলীৰ যিবোৰ অংশ গেষ্ট্রিক ৰসৰ সংস্পর্শলৈ আহে, সেই অংশসমূহত হোৱা আল্চাৰক পেপটিক আল্চাৰ্ বুলি কোৱা হয়৷ যদিও এই আল্চাৰ্ প্রধানতঃ ডিডেনামত হয়, তথাপি খাদ্যনলীৰ তলৰ অংশ, পাকস্থলী অথবা জেকুনামটো হব পাৰে৷ গেষ্ট্রিক ৰস খাদ্য…