প্ৰেমত ঘূৰিছে ভূমণ্ডল

চুমালী গোস্বামী "Love is more than a noun - It is a verb, it is more than a feeling- it is caring, sharing, helping, sacrificing."- (William Arthur Ward) ক্লিঅ’পেট্ৰাৰ নাকটো যদি অলপ ভোটা হ'লহেঁতেন, সলনি হ'লহেঁতেন গ্ৰীচৰ ইতিহাস...…

দৈনিক ৰাশিফল ৬ মাৰ্চ ২০২৬

২১ ফাগুন, শুক্ৰবাৰ , ইং ৬ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য…

ৰেচিপিঃ ৰেষ্টুৰেণ্ট ষ্টাইল নৱাবি চিকেন আৰু পনীৰ লাবাবদাৰ

জুতি জীৱনৰ এইবাৰ শিতানত আমি আগবঢ়াইছোঁ গুৱাহাটাৰ এখন প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট চিক এণ্ড চিলিৰ কেইটামান শ্ৰেষ্ঠ ৰেচিপি। চিক এণ্ড চিলি এখন উন্নতমানৰ তথা অপেন কিটচেন কনচেপ্ট ত প্রচলিত এখন ৰেষ্টুৰেণ্ট। নৱাবি চিকেন কি কি লাগিব : ২৫০ গ্রাম চিকেন…

ফটোৰ আঁৰৰ কথা

মনোজ কুমাৰ ডেকা ঝিলীৰ মাতত গভীৰ হোৱা সন্ধিয়াত এগৰাকী ঋষি, মই আৰু মোৰ ভাষা...! ড° প্রমোদ চন্দ্র ভট্টাচাৰ্যক সকলোৱে নাইবা অধিকাংশ মানুহেই জানে। চিনি পায়। পণ্ডিত ব্যক্তিগৰাকীয়ে অসমৰ অন্যতম প্রাচীন জনগোষ্ঠী, বড়োসকলৰ ভাষাৰ নিয়মমাফিক…

দৈনিক ৰাশিফল ৫ মাৰ্চ ২০২৬

২০ ফাগুন, বৃহস্পতি বাৰ , ইং ৫ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব,যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ২.বৃষ…

গল্পঃ সৌন্দৰ্য

ৰিমঝিম বৰঠাকুৰ আণ্টি হু ইজ লুকিং ম'ৰ বিউটিফুল ? হঠাতে হাতত ধৰাধৰিকৈ দুজনী অকণমানি দৌৰি দৌৰি ফোঁপাই জোপাই আহি অপর্ণাৰ চকুৰ আগত হাত দুখন জোকাৰি কথাকেইটা সুধিলে। পার্কখনত খোজকাঢ়িবলৈ অহা অপর্ণাই অকণমান বহি লওঁ বুলি তাতে থকা সেউজীয়া ৰঙৰ…

প্ৰতিটো ৰঙৰ আঁৰত লুকাই থকা জীৱনৰ শিক্ষা

ফাকুৱা ৰঙৰ উৎসৱ হিচাপে জনাজাত। কিন্তু এই ৰংবোৰ কেৱল আনন্দ আৰু উৎসৱৰ মাজতে সীমাবদ্ধ নহয়। প্ৰতিটো ৰঙৰ আঁৰত লুকাই আছে জীৱনৰ গভীৰ শিক্ষা, অনুভূতি আৰু মূল্যবোধ। ৰংবোৰে আমাৰ মন, চিন্তাধাৰা আৰু আচৰণত প্ৰভাৱ পেলায়। সেইবাবে ফাকুৱাৰ ৰংবোৰ জীৱনৰ…

বলীউডৰ পৰা অৱসৰৰ পিছত অৰিজিত সিঙৰ প্ৰথমটো স্বতন্ত্ৰ গীত “ৰেইনা”

বলীউডৰ প্লেবেক সংগীতৰ পৰা অৱসৰ লোৱাৰ পিছত মুক্তি পালে অৰিজিত সিঙৰ প্ৰথমটো স্বতন্ত্ৰ গীত “ৰেইনা” আজি কেইদিনমান পূৰ্বে ভাৰতীয় সংগীত জগতৰ অন্যতম জনপ্ৰিয় তথা আৱেগময় কণ্ঠশিল্পী অৰিজিত সিঙে (Arijit Singh) বলীউডৰ প্লেবেক গায়নৰ পৰা অৱসৰ…

গল্পঃ ৰূপকথাৰ পুতলাবোৰ

মমী বৰা ওৰেনিশা বৰষুণে ঢোৱাই পেলোৱা পৃথিৱী। সেমেকা পুৱাটো। কাউৰীয়ে কা কা কৰোঁতেই উঠে চুবুৰিটোৰ মানুহবোৰ । দিনটোলৈ মানুহবোৰৰ অনেক কাম থাকে। সাদৰী বৰ্মাও পুৱা বৰ সোনকলে উঠে। তেওঁৰ ভাগৰ কামবোৰ বহুদিনৰ আগতেই বোৱাৰীয়েক ৰূপালীয়ে আঁজুৰি ল'লে।…

দৈনিক ৰাশিফল ২ মাৰ্চ ২০২৬

১৭ ফাগুন, সোমবাৰ , ইং ২ মাৰ্চ ২০২৬ ১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব,মনত সুখ শান্তি বাঢ়িব লগতে আজি খেতিয়ক সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ…