১৩ চ’ত, শনিবাৰ, ইং ২৮ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): ঘৰুৱা ডন্নতিৰ চেষ্টাতবাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কৰ্মক্ষেত্ৰত শুভ। বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং মাখন। শুভ সংখ্যা ২।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আৰ্থিক ডন্নতিৰ ক্ষেত্ৰত বাধা পাব পাৰে। ঘৰুৱা দিশত দুশ্চিন্তা। বাটে-পথে ফুৰোঁতে সতর্ক হওক। বিদ্যাত মধ্যম, শৰীৰৰ দুৰ্বলতা। শুভ ৰং পার্পল। শুভ সংখ্যা ৬।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱেবাস্তৱ ক্ষেত্ৰত খোজ পেলাহ ডপকৃত হ’ব৷ সৰু-সুৰা কথাত মানসিকভাৱে প্ৰভাৱ পেলাব।বন্ধুৰ সহায়, আর্থিক প্ৰাপ্তিৰ আশা। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
৪.কৰ্কট ৰাশি(ড,হ): পূৰ্বদিনৰ তুলনাত আজি বহু পৰিমাণে যোগাযোগৰ উন্নত৷ শৰীৰ ভালে যাব। অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ বাবে শৰীৰ কিছু আহুকাল হ’ব। বিদ্যাত মধ্যম। ভ্রমণ শুভ ৰং নীলা। শুভ সংখ্যা ১।
৫.সিংহ ৰাশি (ম,ট): কোনো আকস্মিকবাধাবা ক্লেশে লগ ধৰিব পাৰে। সহজে যি কৰোঁ বুলি থিৰাং কৰিছিল, সেয়া সম্পূৰ্ণ কৰাত বাধা পাব। বাকী দিশত মধ্যম। দাম্পত্যত নতুন চিন্তা থাকিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি কৰ্মক্ষেত্ৰত ভাবমূর্তি ঠিক থাকিব যদিও কোনো কাৰণত চিন্তা হ’ব। শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগত লাভ। বিদ্যাত মধ্যম, ভ্ৰমণত মধ্যম। শুভ ৰং মেৰুন। শুভ সংখ্যা ৯।
৭.তুলা ৰাশি(ৰ,ত): কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হ’লে ভয় কম। বিদ্যাত ৰত্নৰ ফল লাভ। শৰীৰৰ আহুকালৰ সম্ভাৱনা। দাম্পত্যত ভালেহ। কর্মত আনন্দ, ভ্ৰমণত অমনোযোগী নহ’ব শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
৮.বৃশ্চিক ৰাশি(ন,য): দিনটোৰ সময়ৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্ৰসৰ হ’ব পাৰে। মুঠতে কিছু অসুবিধাৰ কাৰক৷ পূৰ্বৰ্ষাৰ জাতক-জাতিকাই সাৱধান থাকিলে ভাল। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): উন্নত দিনৰ অনুমানৰ যোগাযোগত মধ্যম। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত মধ্যম, শিক্ষক, বুদ্ধিজীৱীৰ আনন্দ। শুভ ৰং পিংক। শুভ সংখ্যা ৯।
১০.মকৰ ৰাশি(খ,জ): ভঙা-পতা কৰি ভাল পাব। পুৰণি পৰিৱেশ সলনিৰ প্ৰতি মন দিব। ভ্ৰমণত সষ্টম হওক কিন্তু কোনো প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ। যিসকল যোগ্য সন্মান লাভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): ৰুক্ষ চিন্তাত অত্যধিক খৰচ হ’লেও আয় থাকিব। পঢ়া-শুনাত মনোযোগ দিব। দুষ্টৰ সংগহ বিপদ আনিব পাৰে । লোহা, লক্কৰ, হস্পাত, কাঠ, কয়লা, ৰসায়নত লাভ। পদমর্যাদা লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আর্থিক যোগাযোগত কিছুদিন ডপকৃত হোৱাৰ লগতে খৰচত মতান্তৰ হোৱা কথাত মন নিদিব। শৰীৰ মধ্যম। সৰু-সুৰা বাৰ্তাক গুৰুতৰ বুলি নল’ব৷ ভ্ৰমণত সাৱধান। নতুন সম্পদ ক্রয়। শুভ ৰং পার্পল, শুভ সংখ্যা ৬।
Comments are closed, but trackbacks and pingbacks are open.