টিলিঙা মন্দিৰ
বৰডুবি টিলিঙা মন্দিৰ। অসমৰ বিখ্যাত মন্দিৰবোৰৰ ভিতৰত অন্য তম এক মন্দিৰ। ঘণ্টা মন্দিৰ নামেৰে পৰিচিত টিলিঙা মন্দিৰটো তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ নিলগৰ বৰডুবি গাঁৱত অৱস্থিত। বিশ্বাসেৰে প্ৰাৰ্থনা কৰা ভক্তসকলৰ সকলো মনোবাঞ্ছা পূৰ্ণ…