থাইলেণ্ডৰ ৰসাল কথা- জীপাল সময়
ড° নিৰ্মলা দেৱী
(ক) ৫৫৫৫
পি. চেণ্ড নামৰ গৱেষক ছাত্ৰগৰাকীয়ে ম'বাইল ফোনত কথা-বাৰ্তাৰ মাজতে লিখি পঠিয়ালে এনেদৰে। চাৰিটাকৈ পাঁচ হঠাৎ কিয়নো লিখি পঠিয়ালে, মই কোনো সূত্ৰ বিচাৰি নাপালোঁ। হয়তোবা, পাঁচ সংখ্যাটো চাৰিবাৰ অজানিতে টিপা খাই মোৰ…