জুতি জীৱনৰ

পল্লৱী গোস্ৱামী মধুশোলেং টেঙাৰে ভকুৱা মাছৰ আঞ্জা উপকৰণ– মধুশোলেং – এক মুঠি ৷ ভকুৱা মাছ – ৫-৬ ডোখৰ ৷ নিমখ, হালধি জোখমতে ৷ মিঠাতেল – ডেৰ টেবুল চামুচ ৷ বগা সৰিয়হ কেহটামান ৷ জলকীয়া – ২টা ৷ প্রণালীঃ প্রথমতে মধুশোলেং শাকমুঠি ভালকৈ বাচি…

অসমক বায়ু–পানীক আপোন কৰি লোৱা আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰী ডঃ মাইলছ ব্রনছন

উজ্জ্বল জ্যোতি দাস আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰী ডঃ মাইলছ ব্রনছন চাহাব অসম–হিতৈষীৰ ৰূপত সদায়ে অসমবাসীৰ মনত সজীৱ হৈ ৰব ৷ জীৱনৰ অর্ধেক সময় উত্তৰ–পূর্বাঞ্চল তথা অসমৰ সাহিত্য–সংসৃক্তিৰ বিকাশৰ বাবে কাম কৰা ডঃ  ব্রনছনে অসমৰ পৰা বিদায় লোৱাৰ…

গোলকীয় উষতা, পৰিৱেশ নিয়ন্ত্রণত বনাঞ্চল

চিত্তৰঞ্জন ওজা জলবায়ু পৰিবর্তনৰ আন্তঃচৰকাৰী পেনেলে (Intergovernmental panel on climate change) যোৱা বছৰ প্রকাশ কৰা প্রতিবেদনত এই কথা স্পষ্ট কৰিছে যে আজি বহু বছৰৰ পৰা আলোচনাৰ বিষয়বস্তু হৈ পৰা গোলকীয় উষতা এটা দুঃস্বপ্ন নহয়, আমি ভবাতকৈও অতি…

চেনিৰ এক প্রাকৃতিক বিকল্প–ষ্টেভিয়া

ডঃ হৰিশংকৰ কাকতী ষ্টেভিয়া (Stevia) যাক Candy leaf, Sugar leaf, Sweet leaf, মিঠা তুলসী বা মৌ পাত বুলিও কোৱা হয়, আজিকালি চেনিৰ এক প্রাকৃতিক বিকল্প হিচাপে সমগ্র বিশ্বতে চিহ্ণিত হৈছে ৷ ইয়াৰ বৈজ্ঞানিক নাম হ'ল ষ্টেভিয়া ৰেবাউডিয়ানা (Stevia…

যাকেৰি নাহিকে উপাম

উপমাৰ ঊধর্বৰ জীৱনৰ কথাৰে ভার্গৱ কুমাৰ বৰুৱা সাহিত্যই সামৰা সীমাৰ সংজ্ঞা নির্ধাৰণ কৰাটো সঁচাকৈয়ে এক দুৰূহ কাম ৷ তথাপি কব পাৰি সাহিত্যই সভ্যতাৰ প্রায় প্রতিটো স্তৰকে সামৰি লোৱাৰ ক্ষমতা বহন কৰে ৷ সভ্যতাৰ, সমাজৰ ঘটনা–পৰিঘটনা আৰু তিনিওকালৰ…

পৈতৃক সম্পত্তিত কন্যা সন্তানৰ অধিকাৰ

পৈতৃক সম্পত্তিত কন্যা সন্তানৰ অধিকাৰঃউচ্চতম ন্যায়ালয়ৰ ৰায়ঃ  হিৰোচিমা বৰা পাঠকঃ লৰা সন্তানৰ সমান্তৰালকৈ এগৰাকী বিবাহিত ছোৱালীৰো পৈতৃক সম্পত্তিত সমান অংশ থাকে ৷ কিন্তু জীয়াই থাকোঁতে পৈতৃক সম্পত্তিত থকা তাইৰ অংশ উপহাৰ দিব নোৱাৰে ৷ কেৱল…

সৰাপাতৰ সঞ্জীৱনী

মধুমিতা বৰুৱা শইকীয়া ওখোৰা–মোখোৰা আৰু কিছু পৰিমাণে থিয় টিলাটো বগাহ আহিলেই বুুা পাইনজোপা ৷ পাইনজোপাৰ শিপাই শাখা–প্রশাখা মেলি শকত ঘেৰ এটা লৈছে ৷ এইজোপা পাইনৰে গা–গছৰ কোনোবা এটা অংশত এদিন দিকে দি ফৰ দেতা বুলি লিখিছিল ৷ প্রথম আখৰ শিকাৰ ঠিক…

ট্ৰিগাৰ ফিংগাৰ

প্রাঞ্জল প্রতিম বৰা মানুহৰ হাত আৰু আঙুলিবোৰ হল বিভিন্ন হাড়, সৰু সৰু মাংসপেশী আৰু লিগামেণ্টেৰে গঠিত কেতবোৰ গঠন, যি আমাক বিভিন্ন কাম বা Activity কৰাত আৰু লৰচৰ বা movement কৰাত সমর্থ কৰি তোলে৷ হাত আৰু হাতৰ আঙুলিবোৰ বিভিন্ন মাংসপেশী,…

তুমি আহিবা বুলি

তুলিকা দেৱী নাথ অৱশেষত বহু আকাংক্ষিত বাতৰিটো জোনালীয়ে পালে ৷ সমীৰণে আত্মসমর্পণ কৰিব ৷ সশস্ত্র সংগ্রামত যোগ দিয়া তাইৰ উগ্রপন্থী প্রেমিকে অস্ত্র ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিব মনৰ আনন্দত মৰাচৰাইৰ দৰে যেন পেখম মেলি নাচিব তাই ৷ সুখবোৰ  জুৰিৰ…

স্বাভিমানী বিষাদ

জ্যোৎস্না হাজৰিকা এই যে সংসাৰ এখন চলিবলৈ ঢেৰ বুজাবুজি লাগে বুলি কয় এইটো আচলতে গোকাট মিছা কথা বুজিছ ৷ প্রাপ্তিয়ে কেঁকোৰা চুলিখিনি ক্লিপডালেৰে সামৰি ওপৰত বান্ধি লৈ তাৰ ফালে চালে ৷ মবাইলটোৰ পৰা মূৰটো তুলি সি তাইলৈ চালে ৷ আৰু কি কথা পাতিব ভাবি…