দৈনিক ৰাশিফল ১৭ জুন ২০২৬

12

২ আহাৰ, বুধবাৰ, ইং ১৭ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব,আনন্দ মনে দিনটো পাৰ হব, যদিও আজি আপুনি আত্মীয় পৰিয়ালৰ পৰা সাৱধান নক্ষলে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ সন্তান পৰা সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে অহংকাৰী মনোভাৱ প্ৰকাশ পাৱ পাৰে, লগতে আজি আপুনি বন্ধুৰ লগত সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, আনন্দ মনে দিনটো পাৰ হব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, শাৰীৰিক কষ্ট পাবলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন যোগাযোগ কৰিবলৈ সক্ষম হব , আনন্দ মনে দিনটো পাৰ হব, লগতে আজি আপোনাৰ উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত হতাশাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ঘৰুৱা ধন- সম্পত্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি মহিলা সকলৰ কৰ্মত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব,কৰ্মত অধিক প্ৰভাৱ বৃষ্টাৰ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত পিতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত শুভ বুলি কব পাৰি, কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য অভাৱ অনাটনৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, সামান্য খৰচ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ আয় উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.