ৰেচিপি

প্রিয়া সেন কেঁচা কঁঠালৰ আঞ্জা উপকৰণঃ কঁঠাল এটা ৷ আলু দুটা ৷ দুটা বিলাহী ৷ আদা পেষ্ট আধা চামুচ ৷ নিমখ আন্দাজ মতে ৷ হালধি গুড়ি আধা চামুচ ৷ কাশ্মীৰী জলকীয়াৰ গুড়ি আধা চামুচ ৷ গোটা জিৰা এক  চামুচ ৷ গোটা ধনিয়া আধা চাহ চামুচ ৷ জালুক…

গৌৰৱৰ প্রতীক মুগা বস্ত্র

মৃগেন শর্মা তাহানিৰ পৰা অসমত মুগাৰ কাপোৰ প্রাণোচ্ছল ৰূপত চলি আহিছে ৷ এই  শিল্পজাত মুগাৰ সাজ–পোছাক অসমীয়া সংসৃক্তিৰ এক অন্যতম সম্পদ ৷ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুত বিহুৱতী নাচনীয়ে  মুগাৰ সাজ পৰিধান কৰাৰ লগতে বিহুৱা ডেকাহ মুগা কাপোৰৰ চোলা…

 মহিলা ক্রিকেটত অষ্ট্রেলিয়াৰ দপদপনি অব্যাহত

খিতাপ জয়ৰ স্বপ্নত বিভোৰ ভাৰতীয় দল । যোগেশ কলিতা মহিলা ক্রিকেটত অষ্ট্রেলিয়া দলৰ দমনীয়তা অক্ষুণ্ণ ৰাখিছে ৷ পুৰুষ ক্রিকেট দলটোৱে যিদৰে প্রভুত্ব বিস্তাৰ কৰি আছে, ঠিক সেইদৰে মহিলা দলটোৱেও একাধিপত্য বিস্তাৰ কৰিছে ৷ চলিত বর্ষত অনুষ্ঠিত মহিলা…

প্রাচীন অসমত লিপষ্টিকৰ ব্যৱহাৰ

ভৱেন বৰুৱা দেওপাহাৰ ৷ গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা এলেকাৰ একাষে সেউজীয়া পৰিৱেশৰ মাজত থকা দেওপাহাৰৰ অনুপম শৈল ভাষ্কৰ্যসমুহ আজিও ৰহস্যাবৃত্ত হৈয়েই ৰৈছে ৷ কোনে কেতিয়া এই অনুপম শৈল ভাষ্কৰ্যবোৰৰ সৃষ্টি কৰিছিল, কি কাৰণত আৰু কেতিয়া ই…

দুর্গন্ধযুক্ত ঘামৰ পৰা পৰিত্রাণ পাবলৈ

বিষয়া ভূঞা অত্যাধিক গৰমত দেহৰ পৰা ঘাম ওলোৱাটো স্বাভাৱিক প্রক্রিয়া ৷ কম–বেছি পৰিমাণে সকলো ব্যক্তিৰে দেহৰ পৰা ঘাম ওলায় ৷ স্বাভাৱিকভাৱে শৰীৰৰ পৰা ঘাম ওলোৱাটো স্বাস্থ্যসন্মত ৷ কাৰণ শৰীৰত জমা হোৱা অতিৰিক্ত বৈর্য পদার্থহে ঘামৰ জৰিয়তে বাহিৰলৈ…

মাতৃ দিৱসৰ তাৎপর্য আৰু প্রাসংগিকতা

প্রণতি দেৱী শর্মা মা এটা সৰু শব্দ ৷ অথচ এই শব্দটোৰ বুকুতেই মানৱ সভ্যতাৰ এক অনির্বচনীয় অনুভুতি লুকাই আছে ৷ পৃথিৱীৰ সকলো মা একেই অনুভৱেৰেই তিক্ত, ৰিক্ত আৰু মমতাময়ী৷ বনৰ পক্ষীয়ে যিদৰে জীৱনক তুচ্ছ কৰি বাহৰ পোৱালিলৈ ঠোঁটত আহাৰ লৈ আহে, সেহদৰেই…

এটি উপন্যাসোপম জীৱনৰ অধিকাৰী জয়মতীৰ লৰা ৰজা

উজ্জ্বল জ্যোতি দাস ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ অমৰ সৃষ্টি, অসমৰ প্রথমখন বোলছবি জয়মতীত লৰাৰজা চৰিত্র ৰূপায়েণেৰে কাললৈ খ্যাতি লভা এজন অভিনেতা আছিল নগাঁও নিৱাসী প্রয়াত নৰেন বৰদলৈ প্রকৃত নাম কিন্তু নৰেন্দ্র নাথ বৰদলৈহে ৷ নিজৰ ৰঙা–বগা ৰং আৰু…

পঢ়াশালি

পংকজ কুমাৰ নেওগ হাবিৰাম বড়োৰ খেৰসুঁতি প্রাথমিক বিদ্যালয়ত চাকৰি কৰা বহুত বছৰ হৈ গ'ল, অৱসৰ লবলৈ আৰু দুবছৰহে বাকী ৷ দেউতাকে পাতি থৈ যোৱা একেখন স্কুলতে যে চাকৰি কৰিব লাগিব, সেই কথা তেওঁ কেতিয়াও ভবা নাছিল ৷ হাবিৰামৰ মন আছিল বি এটো পাছ কৰি কিবা…

বৰষুণৰ বতৰত স্বাস্থ্যৰ প্রতি নজৰ ৰাখক

ডাঃ ৰীণা দেৱী বাৰিষাৰ দিনবোৰত দৈহিক সুস্থতা অটুট ৰখাৰ বাবে খোৱা–বোৱা, পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি বিশেষ ধ্যান ৰখা দৰকাৰ ৷ নহলে সংক্রমণ আৰু বিভিন্ন ৰোগ হবলৈ বেছিপৰ নালাগে ৷ সেই গতিকে বাৰিষাত হব পৰা স্বাস্থ্য সমস্যা, ইয়াৰ সমাধানৰ উপায়,…

এজাক সপোন যেন বৰষুণ

স্মৃতিৰেখা গগৈ বর্ষণমুখৰ আবেলিটোত চাহৰ পিয়লাত চুমুক দি সুঁৱৰিছোঁ স্মৃতিৰ আলিকেঁকুৰিত ঠেহ লাগি পৰি ৰোৱা কিছু মিঠা অনুভূতি ৷ শীতল এছাটি বতাহ আৰু তাৰ সতে এজাক কিনকিনীয়া বৰষুণৰ  টোপাল, কাণত প্রিয় গানটিৰ সতে হেডফোন আৰু…