একচন–ৰোমাঞ্চেৰে ভৰপূৰ টাহগাৰৰ হিৰোপণ্টী–চ্

প্রণৱজ্যোতি মহন্ত যেতিয়াই বলীউডত ফিটনেছ আৰু একচনৰ কথা আহে, এই তালিকাখনত টাইগাৰ শ্রফৰ নাম অবিহনে অসম্পূর্ণ হৈ থাকে ৷ টাইগাৰ শ্রফৰ এই বাহাদুৰীয়ে তেওঁৰ শেহতীয়া মুক্তিপ্রাপ্ত হিৰোপণ্টী–চ্ত আপোনালোকে দেখিবলৈ পাব ৷ প্রথমতেই উল্লেখ কৰা প্রয়োজন…

ৰুচক চর্চা

উত্তৰ–পূবৰ সশস্ত্র বিপ্লৱৰ কথাৰে অনেক মুকলি হল আয়ুষ্মান খুৰানাৰ নতুন ছবি অনেকৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটোৰ মুক্তিৰ লগেই লগেই ছবিখনক লৈ সামাজিক মাধ্যমত ব্যাপক চর্চা আৰম্ভ হৈছে ৷ কিয়নো অনুভৱ সিনহাই পৰিচালনা কৰা ছবিখন উত্তৰ–পূব ভাৰতৰ সশস্ত্র…

হাত ধুনীয়াকৈ ৰখাৰ দিহা

আমাৰ হাত দুখন সকলো সময়ত ব্যৱহাৰ হৈ থাকে, নহয় জানো সেয়েহে আমি সকলোৱে হাত দুখনৰ বাকী অংগসমূহ কিদৰে যত্ন লোৱা উচিত৷ হাতৰ সাধাৰণভাৱে যত্ন লব পৰা কেহটামান উপায় আগববালোঁ ৷ ১. দৈনিক হাত দুখন যিমান পাৰে পানীৰে ধুই চাফা কৰি ৰাখক ৷ ২.…

আন্তঃৰাষ্ট্রীয় যোগ দিৱস আৰু ৰাজযোগ

বিনীতা কলিতা   ২০১৫ চনৰ ২১ জুনত প্রথমবাৰৰ বাবে ভাৰতবর্ষৰ লগতে বিশ্বৰ প্রায় ১৭৭ খন দেশত আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰা হৈছিল৷ এই যোগ দিৱস উদ্যাপনতভাৰতৰ ভূমিকা উল্লেখনীয়৷ ইয়াৰ প্রথম পদক্ষেপ হিচাপে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪…

আপোনাৰ জীৱন দর্শন কেনেকুৱা

ডঃ  প্রদীপ নেওগ   জীৱন দর্শন হৈছে জীৱন সন্দর্ভত সাধাৰণ আৰু দার্শনিক দৃষ্টিভংগী, জীৱনৰ অর্থ সম্বন্ধিত ধ্যান–ধাৰণা, জীৱন যাপন কৰাৰ সন্দর্ভত উচিত– অনুচিতৰ বিচাৰ–বিবেচনা ৷ জীৱন দর্শনে প্রধানতঃ দুটা বিষয়ত ব্যক্তিৰ মানসিক স্থিতি তথা মনোবৃত্তি…

ঘৰতে কৰোঁ আহক পেডিকিউৰ

গীতাশ্রী গগৈ হাতীবৰুৱা কিছুমান ব্যক্তিৰ ছাল–চুলিৰ লগতে ভৰিৰ গোৰোহাকেইটাক লৈ মহাচিন্তা হয় ৷ বছৰৰ যিকোনো সময়তে যিহে ছিঁৰাল ফাট দিয়ে ৷ অন্য চেণ্ডেল পিন্ধিবলৈকে লাজ লাগে ৷ মুখত মেকআপ গোৰোহা চোৱা অৱস্থা নাই ৷ গোৰোহা ঢাকিবলৈ পামছু পিন্ধাৰ বাহিৰে…

Y2K ফেশ্বনৰ নষ্টালজিয়া

ৰুবী বৰদলৈ নব্বৈ দশকৰ শেষ ভাগৰ পৰা ২০০০ চনৰ প্রাৰম্ভণিলৈকে সময়ছোৱাত প্রচলিত  ব্ৰেণ্ডকে Y2K অর্থাৎ Year2000  ফেশ্বন বুলি কোৱা হয় ৷ এই ফেশ্বনক জনপ্রিয় কৰি তোলাত ব্রিটনী স্পীয়েৰছ, জেনিফাৰ লপেজ, মেগান ফক্স আৰু পেৰিছ হিচ্টন কিম কার্ডাচিয়ান আদি…

ক্রনিক কিডনী ফেইলৰ

আয়ুর্বেদ এক উর্বৰ বিকল্প ডাঃ নিতুল বৈশ্য আজিৰ দিনত আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ৰোগীৰ সংখ্যা ১০৭০০০ ৷ ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই  ৯০০০০ ৷ ভাৰতত আজিৰ দিনত প্রায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল ৷ ১৯৯০ চনত বৃক্ক…

ডিহাইড্রেচন বা পানী অল্পতা

ৰাজীৱ কাশ্যপ শৰীৰত পানীৰ পৰিমাণ কমি যোৱা অৱস্থাটোকে ডিহাইড্রেচন হোৱা বুলি কোৱা হয় ৷ আমাৰ শৰীৰৰ ৬০-৭৫ শতাংশই পানী৷ প্রতিটো কোষৰ ভিতৰত পানী থাকে ৷ তেজতো অধিক অংশ পানী থাকে ৷ আমি যিমান পানী বা পানীয় বস্তু পান কৰোঁ তাতকৈ যদি অধিক পানী শৰীৰৰ…

ভিয়েটনামঃ হানয় চহৰৰ ইটো–সিটো

মনোজ কুমাৰ শ্রুতিকৰ সৰুতে  স্কুলত থাকোঁতে খবৰ কাগজত ভিয়েটনামৰ যুদ্ধৰ বিষয়ে পঢ়িছিলোঁ, কিন্তু বিশেষ একো বুজি পোৱা নাছিলোঁ ৷ কলেজত থাকোঁতে ভিয়েটনামৰ মাই লাইৰ বিভীষিকাময় যুদ্ধখনৰ কথা পঢ়িছিলোঁ ৷ চাকৰিৰ জীৱনত আমাৰ নাহৰকটীয়াৰ ঘৰত অসমৰ প্রসিদ্ধ…