গ্রীষ্মত সৌন্দর্য ৰক্ষাৰ সচেতনতা
বিষয়া ভূঞা
ঋতুভেদে জলবায়ুৰ পৰিৱর্তন হয় ৷ আৰু এই পৰিৱর্তনে আমাৰ শৰীৰ আৰু মনত প্রভাৱ পেলায় ৷ শৰীৰ বুলি কলে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশেই বুজায় ৷ তাৰ ভিতৰত বাহ্যিক ক্ষেত্রত পৰা প্রভাৱ অতি সোনকালেই চকুত পৰে ৷ আজিৰ লেখাত আমি গ্রীষ্ম ঋতুৰ…