ছানবার্ন
গীতাশ্রী গগৈ হাতীবৰুৱা
গ্রীষ্মৰ এটা প্রধান সমস্যা হৈছে ছানবার্নৰ সমস্যা ৷ কাপোৰে ঢাক খোৱাব নোৱাৰা বা ওলাই থকা অংশখিনিত ছানবার্ন বেছিকৈ হোৱা দেখা যায় ৷ কিছুমান সহজতে পোৱা ঘৰুৱা সামগ্রী ব্যৱহাৰ কৰি এই সমস্যা বহুখিনি নির্মূল কৰিব পৰা যায় ৷…