শুই উঠাৰ নিয়ম

দিনচর্যা ১ঃ  ডাঃ নিতুল বৈশ্য আপুনি পুৱা কিমান সময়ত শোৱাপাটী এৰে ৬ বা ৭ বজাত কেতিয়াবা ৮ বজাত হয় ৷ আমি প্রায় সকলোৰে পুৱা সোনকালে শোৱাপাটী এৰাৰ অভ্যাস নাহকিয়াই হল ৷ কিবা দৰকাৰী কামতেই হওক বা এনেয়েই মবাইল পিটিকি ৰাতি দেৰিলৈ উজাগৰে থাকি পুৱা…

গ্রীষ্মকালত হোৱা ছালৰ খজুৱতি

ডাঃ দুলুমণি কলিতা আপুনি বাৰু সঘনাহ চর্দি–বৰ, পানীলগা, অলপ ধোঁৱা–ধূলিৰ সংস্পর্শত আহিলেই উশাহৰ কষ্ট অনুভৱ কৰা, সঘনাই ছাল ৰঙা পৰি খজুৱতি উঠা, চকু ৰঙা পৰা আদি সমস্যাত ভুগি আছে নেকি যদি তেনে হৈছে তেন্তে আপুনি বাৰু কেতিয়াবা আপোনৰ IgE ৰ পৰীক্ষা…

তগৰৰ সুবাস

ডঃ  মণিমালা দেৱী হালধীয়া পৰিবলৈ ধৰা তগৰ কেইপাহ পেলাওঁ বুলি লৈয়ো খাঁঈয়ে পুনৰ চিচাৰ বটলটোত ভৰাই থলে ৷ খাঁঈৰ আচল নামটো কি আছিল, সেইটো আনৰ লগতে তাই নিজেও পাহৰাৰ গতেৰে হল ৷ নাকটো চেপেটা হোৱা বাবে সৰুতে মৰমতে হয়ে–সিয়ে খাঁৰী বোলোঁতে বোলোঁতে পিছলৈ…

চাববাছ মিথু- তাৰকা ক্রিকেটাৰ মিতালী ৰাজৰ জীৱন আধাৰিত ছবি

প্রণৱজ্যোতি মহন্ত জীৱনীমূলক চলচিচত্র বা বায়পিক(biopic) হৈছে এনে এখন চলচিচত্র, যিয়ে কোনো অকাল্পনিক বা ঐতিহাসিক ভিত্তিত ব্যক্তি বা মানুহৰ জীৱনক নাটকীয় ৰূপায়ণ কৰে ৷ এনে ছবিত এজন ব্যক্তিৰ জীৱন দেখুওৱা হয় আৰু মুখ্য চৰিত্রটোৰ প্রকৃত নাম…

পর্যটনৰ সম্ভাৱনাৰে আকর্ষণীয় স্থান কাঁহশিল্প নগৰী সর্থেবাৰী

ঐতিহাসিক সর্থেবাৰী অসম গৌৰৱ সর্থেবাৰী হল এখন ইতিহাসপ্রসিদ্ধ বিখ্যাত মফচলীয় নগৰ ৷ পর্যটন ক্ষেত্রৰ এক অনন্য স্থান হৈছে কুণ্ডত কটা সর্থেবাৰী ৷ গুৱাহাটী মহানগৰীৰ পৰা ৮৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক সর্থেবাৰী ৷ বৰপেটা জিলাৰ পূৱ প্রান্তত…

ৰন্ধনো হব পাৰে এক কলা

ধৰিত্রী দেৱী এগৰাকী গৃহিণীৰ ঘৰখনত কৰণীয় অনেক ৷ তাৰ ভিতৰত প্রধানকৈ পুৱাৰে পৰা গধূলিলৈকে ৰান্ধনিশালতেই বেছিভাগ সময় ব্যস্ত হৈ থাকিব লগা হয় ৷ ঘৰৰ বাহী বন শেষ কৰি খৰধৰকৈ গা–পা ধুই পাকঘৰত সোমাব লগা হয় ৷ ঘৰৰ সকলোকে চাহকাপ দিয়াৰ পৰা আৰম্ভ কৰি…

গৰমত কাপোৰসাজৰ সাৱধানতা

লক্ষ্মীছাঁয়া ডেকা গৰমৰ দিনকেইটাত আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন ধৰণৰ কামৰ ক্ষেত্রত ঘাম আৰু ৰদৰ তাপৰ বাবে যথেষ্ট পৰিমাণে জটিল অৱস্থাৰ সৃষ্টি হয় ৷ কর্মক্ষেত্রত ব্যস্ত থাকি নিজৰ আৰামৰ প্রতি লক্ষ্য ৰাখিবলৈ আমাৰ সময়ৰ অভাৱ ৷ আজিৰ লেখাত আমি উৎকট…

আইনৰ পাঠ্যক্রম

ডঃ বুলজিৎ বুুাগোহাঁই এগৰাকী উকীল হবলৈ আগ্রহী শিক্ষার্থীগৰাকী আইন বিষয়ত স্নাতক ডিগ্রীধাৰী হব লাগে ৷ তিনি বছৰীয়া আহন স্নাতক(LLB) পাঠ্যক্রমত নামভর্তিৰ বাবে শিক্ষার্থীগৰাকী যিকোনো বিষয়ত স্নাতক ডিগ্রীধাৰী হব লাগে ৷ পাঁচ বছৰীয়া আইন পাঠ্যক্রমত…

মেথিৰে সৌন্দর্য চর্চা

গীতাশ্রী গগৈ হাতীবৰুৱা আমি প্রায় সকলো লোকেই ঘৰত মেথি ব্যৱহাৰ কৰোঁ ৷ মেথি পাতৰ লগতে তাৰ গুটিও আমি খাওঁ ৷ মেথিৰ বহুতো ঔষধি গুণ আছে ৷ আমি মেথি খোৱাৰ উপৰি আমাৰ ছাল, চুলি অর্থাৎ সৌন্দর্য চর্চাতো ব্যৱহাৰ কৰিব পাৰোঁ ৷ ইয়াক কি কি ধৰণেৰে ব্যৱহাৰ…

শিশু–কৈশোৰ কালত হোৱা সমস্যা

নিমি বৰগোহাঁই মই দুটি সন্তানৰ মাতৃ ৷ দুটা লৰা ৷ ডাঙৰটোৰ তুলনাত সৰুটো খুব আঁকোৰগোজ ৷ লাগ বুলিলেই লাগে ৷ খং বহুত বেছি ৷ কেতিয়াবা এই কথাটোৱে মোক চিন্তিত কৰি তোলে ৷ উপায় আছেনে বাৰু ?           হয় উপায় আছে ৷ আপুনি তাৰ দাবীবোৰ সহজতে…