মানসিক স্বাস্থ্য ৰক্ষাত ব্যায়াম

 ৰাজীৱ কাশ্যপ সাধাৰণতে ৰোগ আৰু দুর্বলতাৰ অনুপস্থিতিয়ে সুস্বাস্থ্য বুলি ভাবোঁ ৷ সুস্বাস্থ্য বুলি কলে অকল সুস্থ আৰু নিৰোগী শৰীৰৰ অধিকাৰী হোৱাটো নুবুজায়, শৰীৰৰ লগে লগে মনটো সমানে সুস্থ হৈ থকাটো অতি প্রয়োজন ৷ ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই…

মেদবহুলতা

ভার্গৱ কলিতা সাম্প্রতিক সময়ত মেদবহুলতাই সমগ্র বিশ্বতে মাৰাত্মক ৰূপ ধাৰণ কৰিছে ৷ মেদবহুলতাক এই কাৰণে মাৰাত্মক বোলা হৈছে কাৰণ মেদবহুলতাৰ ফলত বহু বেমাৰৰ জন্ম হয় ৷ মেদবহুলতাই জীৱনী শক্তি হ্রাস কৰে ৷ শাৰীৰিক–মানসিক সতেজতা ম্লান কৰি মেদবহুলতাই…

ব্যক্তিত্ব গঢ় লোৱাৰ মনস্তাত্ত্বিক পর্যায়

ডঃ  প্রদীপ নেওগ প্রখ্যাত মনোবৈজ্ঞানিক এৰিক এৰিকচনে এক উপপাদ্যৰ যোগেদি মানুহৰ ব্যক্তিত্ব গঢ় লোৱাৰ কেইটামান নির্দিষ্ট মনস্তাত্ত্বিক পর্যায় দাঙি ধৰিছে ৷  ব্যক্তিৰ সমস্ত জীৱনকালৰ বিভিন্ন পর্যায়ত পাৰস্পৰিক সম্বন্ধ, সমাজ আৰু সামাজিক বাতাৱৰণে…

ঘৰতে কৰক স্কার্ব

গীতাশ্রী গগৈ হাতীবৰুৱা আজিকালি দোকান–বজাৰত বিভিন্ন কোম্পানীৰ নানা ধৰণৰ স্কার্ব কিনিবলৈ পোৱা যায় ৷ আমি সহজতে পইচা দিলেই এহ স্কার্ব পাওঁ ৷ কিন্তু এইসমূহ স্কার্বে আমাৰ ছালখন যে ক্ষতিও কৰিব পাৰে আমি এবাৰলৈ ভাবি নাচাওঁ ৷ সকলোৰে নহলেও কিছু লোকক…

মহীৰূহ- নিপন গোস্ৱামী

বৰ্ণালী এছ ডেকা লৰাজনৰ বয়স মাত্র পাঁচ বছৰ ৷ ইতিমধ্যে তেওঁ ছয়াময়াকৈ সেই বয়সত যিমানখিনি তীব্রতাৰে অনুভৱ কৰা সম্ভৱ, সিমানখিনি তীব্রতাৰে অনুভৱ কৰিছিল যে অভিনয়েই হল তেওঁ ভৱিষ্যতৰ পৃথিৱী৷ কেমেৰাৰ কলা–বগা ৰঙতেই তেওঁ দেখিছিল জীৱনৰ ৰঙীণ সপোন ৷…

ৰেচিপি

কৰবী গগৈ শর্মা চুজিৰ কেক উপকৰণঃ কণী – ৪টা চুজি – ২ কাপ গুড– ১/২ কাপ মিহিকৈ কুটা বেকিং – ১ চামুচ মিক্স ড্রাই  ফ্ৰূইট ১/২ কাপ আমূল তাজা গাখীৰ ১ কাপ কমলাৰ জেষ্ঠ বাটাৰ – ১০০ গ্রাম যিকোনো ফ্লেভাৰৰ এচেনঞ্চ প্রণালীঃ প্রথমে  শুকান…

মেট্ৰিক–হায়াৰ ছেকেণ্ডাৰী উত্তীর্ণৰ পিছত অধ্যয়নৰ বিষয়

ডঃ বুলজিৎ  বুুাগোহাঁই সাধাৰণতে, প্রায়বোৰ ছাত্র–ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে…

গ্রীষ্মতো হৈ থাকক সতেজ

অজন্তা উপমন্যু এতিয়া গ্রীষ্মৰ সময় ৷ প্রচণ্ড গৰম, চৌফলীয়া ৰদ আকৌ মাজে মাজে বৰষুণ ৷ সকলো মিলি এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু উচিত যত্ন আৰু পৰিচর্যা কৰিলে এই দিনকেহটাও উপভোগ্য হৈ পৰে ৷ আহকচোন আজি এই বিষয়ে আলোচনা কৰোঁ কিদৰেনো নিজক…

ৰিচ্ ডেড পৰ ডেড–ধনী দেউতা দুখীয়া দেউতা

ধনী দেউতা দুখীয়া দেউতা মাণিক পাল সাম্প্রতিক সময়ত আটাহতকৈ চর্চিত বিষয়টোৱেহই হ'ল টকা–পইচা ৷ আজি আমি এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিম যিখন কিতাপে আপোনাক টকা–পইচাৰ প্রকৃত অর্থ, মূল্য, আদর্শ আৰু গুৰুত্ব সম্পর্কে জনাত সহায় কৰিব ৷ আমি সাধাৰণতে…

সামাজিক মাধ্যমত অনুৰাগীৰ নয়নৰ মণি য়ুলীয়া জ্যাৰচীমোভা

ভৱেন বৰুৱা ইণ্ঢাৰনেটৰ ব্যাপক ব্যৱহাৰৰ বাবে আজিকালি সঁচাকৈয়ে পৃথিৱীখন এক সৰু চুবুৰীত পৰিণত হোৱাৰ দৰে হৈছে ৷ বিশেষকৈ ফেচবুক, ইনষ্টাগ্রাম, টিক্–টক্, ইউটিউব আজি সামাজিক মাধ্যমৰ আশীর্বাদত নিশাটোৰ ভিতৰতে কোনোৱে Celebrity figure হৈ পৰে ৷ কাহানিও…